Breaking

দেৰগাঁৱৰ কৰৈয়নী উচ্চ মাধ্যমিক বিদ্যালয়ৰ হাতে লিখা আলোচনী “কৰৈয়নী” উন্মোচন

0 145

আজি দেৰগাঁৱৰ অন্যতম এক চৰকাৰী মাধ্যমৰ শিক্ষানুষ্ঠান কৰৈয়নী উচ্চ মাধ্যমিক বিদ্যালয়ত “কৰৈয়নী” নামৰ এখন হাতে লিখা আলোচনী উন্মোচন কৰা হয়। আলোচনী খন উন্মোচন কৰে শিক্ষাবিদ পদ্মধৰ বৰাই।

৩৮ পৃষ্ঠাৰ এই আলোচনী খন সম্পাদনা কৰিছে শিক্ষক দেৱব্ৰত বৰাই।

ৰঙামাটিৰ পৰা দিব্য জ্যোতি কাকতিৰ প্ৰতিবেদন

Leave A Reply