স্বাস্থ্য বাৰ্তা

Skin Care: পাঁচবিধ ফলৰ ৰস দৈনিক খোৱাৰ আৰম্ভ কৰক আৰু ছালৰ সমস্যাৰ পৰা বিদায় লওক

বীট, পালেং, বিলাহী আদি বস্তু, যিবোৰত পুষ্টিকৰ উপাদান থাকে। এই পাচলিয়ে ছালখনক ভিতৰৰ পৰা উজ্জ্বল কৰি তোলে আৰু লগতে ছালখন সুন্দৰ কৰি ৰখাত সহায় কৰে।(Skin Care)

Aparajita: ডায়েবেটিছ ৰোগীয়ে খাব অপৰাজিতা ফুল, এই ফুলে নিয়ন্ত্ৰণ কৰে ব্লাড চুগাৰ

ডায়েবেটিছ এক নতুন মহামাৰী ৰোগ হিচাপে আত্মপ্ৰকাশ কৰিছে। বৰ্তমান সময়ত প্ৰায় লোকৰে ডায়েবেটিছ ৰোগ হয়। (Aparajita) অৱশ্যে ডায়েবেটিছ ৰোগীক প্ৰয়োজন অনুযায়ী ইনচুলিন ঔষধ গ্ৰহণ কৰিবলৈ চিকিৎসকে পৰামৰ্শ দিয়ে।

Hyderabad News: খাদ্য খৰখেদাকৈ নাখাব! খাদ্য খৰখেদাকৈ খাই বিপদত হায়দৰাবাদৰ এটি শিশুৰ

খোৱাৰ সময়ত সদায় শান্ত পৰিবেশত বহি খাব লাগে। খৰখেদাকৈ খোৱা খাদ্য সঠিকভাৱে হজম নহয়, যাৰ ফলত গেছ, বদহজম আদি বহুতো সমস্যাৰ সৃষ্টি হ’ব পাৰে।(Hyderabad News)

Rishabh Pant: ঋষভ পন্তৰ খাদ্যৰ তালিকাত কি কি আছিল? তেওঁৰ পুষ্টিবিদে জনালে সকলো…

যেতিয়া ঋষভ পন্তৰ গাড়ী দুৰ্ঘটনাৰ খবৰ আহিছিল, তেতিয়া কোনেও ভবা নাছিল যে তেওঁ কেতিয়াও ক্ৰিকেট খেলপথাৰত পুনৰ খেলিব পাৰিব। তেওঁৰ আৰোগ্য লাভৰ ক্ষেত্ৰত ডায়েটে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।(Rishabh Pant)

Cancer। “হাঁহিয়ে কেঞ্চাৰ বেমাৰো ৰোধ কৰিব পাৰি”-গণেশ তামুলী

ৰঙিয়াত বানেশ্বৰ দেৱশৰ্মা ৰাজ্যিক বঁটা প্রদান অনুষ্ঠান সম্পন্ন। দৈনন্দিন বাৰ্তাৰ সেৱা,ৰঙিয়া,২৫ নবেম্বৰ।ৰঙিয়াৰ বিশিষ্ট সংস্কৃত পণ্ডিত বানেশ্বৰ দেৱশৰ্মাৰ সোঁৱৰণত সামাজিক-সাংস্কৃতিক অনুষ্ঠান সংগীত গ্রুপ অৱ্ ক্রিয়েচনৰ উদ্যোগত আজি 'প্রয়াত বানেশ্বৰ দেৱশৰ্মা ৰাজ্যিক শিক্ষক বঁটা' শীর্ষক ষষ্ঠ বাৰ্ষিক বঁটা প্রদান অনুষ্ঠান অনুষ্ঠিত কৰা হয় (Cancer)

Popular