স্বাস্থ্য বাৰ্তা

why we feel sleepy: আপুনি জানেনে দুপৰীয়া আমাৰ টোপনি কিয় লাগে?

সাধাৰণ জ্ঞানৰ প্ৰশ্ন আপোনাক যিকোনো ৰূপতে সুধিব পাৰে। গতিকে আপোনাৰ সাধাৰণ জ্ঞান যিমানেই ভাল হ’ব সিমানেই চাকৰি পোৱাৰ সম্ভাৱনা বেছি হ’ব। (why we feel sleepy)

Sweets: আহাৰ খোৱাৰ পিছত মিঠা কিয় খাব লাগে ?

স্বাস্থ্যৰ বাবে ক্ষতিকাৰক বুলি ভাবি খাদ্য খোৱাৰ পিছত মিঠাই খোৱাৰ পৰা বিৰত থাকে নেকি? আয়ুৰ্বেদে আপোনাৰ বাবে লৈ আহিছে এক নতুন আৰু আচৰিত ধৰণৰ তথ্য।(Sweets)

The Modi Diet: ‘দ্য মোডী ডায়েট’ এ সলনি কৰিব অস্বাস্থ্যকৰ খাদ্যাভ্যাস! কি খাব লাগে, ক’লে…

'মোডী ডায়েট'ই সলনি কৰিব অস্বাস্থ্যকৰ খাদ্যাভ্যাস! কি খাব লাগে, ক'লে ‘জীৱনশৈলীৰ গুৰু’জনে।(The Modi Diet)

Panic Attack: পেনিক এটেকৰ পৰা কেনেকৈ সকাহ পাব, উদ্বেগ আৰু উশাহ-নিশাহৰ সমস্যা নাইকিয়া হ’ব !

ভয় আৰু মানসিক চাপৰ বাবে হৃদস্পন্দন বাঢ়ি যায় যাৰ ফলত উশাহ-নিশাহ লোৱাত অসুবিধা হয়। এই অৱস্থাক পেনিক এটেক বোলা হয়। এই সমস্যাৰ পৰা সকাহ পাবলৈ আপুনি এই ব্যৱস্থাসমূহ গ্ৰহণ কৰিব পাৰে।(Panic Attack)

Mizoram: মিজোৰামত HIV বিস্ফোৰণ! ৩২০০০ৰো অধিক লোক আক্ৰান্ত, এই ৰোগৰ বৃদ্ধিৰ আঁৰৰ কাৰণ কি?

ভাৰতৰ উত্তৰ-পূবৰ ৰাজ্য মিজোৰামত এইচ আই ভি সংক্ৰমণৰ হাৰ বৃদ্ধি পোৱাৰ ফলত স্বাস্থ্য বিশেষজ্ঞসকলৰ উদ্বেগ বৃদ্ধি পাইছে। দেশৰ আন ৰাজ্যৰ তুলনাত মিজোৰামত এইচ আই ভি সংক্ৰমণৰ হাৰ সৰ্বাধিক।(Mizoram)

Popular