Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
স্বাস্থ্য বাৰ্তা
ছমৰীয়াৰ ডেকাচাং উচ্চ মাধ্যমিক বিদ্যালয়ৰ পুখুৰীৰ মাটি বেদখলৰ চেষ্টা :: বিদ্যালয় কতৃপক্ষ, স্থানীয় ৰাইজ, শিক্ষক- শিক্ষয়িত্ৰীকে ছাত্ৰ- ছাত্ৰীৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া:
Coffee and Health Connection: কফি আৰু স্বাস্থ্যৰ অনন্য সংযোগঃ কোন দেশৰ মানুহে আটাইতকৈ বেছি কফি খায়
গুৱাহাটীৰ সামগ্ৰিক উন্নয়নৰ লক্ষ্যৰে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা আৰু উদ্ধোধন
Heat Wave Assam: প্ৰচণ্ড গৰম! গৰমৰ পৰা হাত সাৰিবলৈ খাব পাৰে এবিধ বিশেষ পানীয়
মুখ্য-পৃষ্ঠা
দৈনন্দিন বাৰ্তা
-
September 21, 2024
প্ৰচণ্ড গৰম। পৰাপক্ষত জৰুৰী কাম নাথাকিলে নোলাব ঘৰৰ পৰা বাহিৰলৈ। (Heat Wave)
MISING AUTONOMOUS COUNCIL: মিচিং স্বায়ত্ততশাসিত পৰিষদৰ নতুন পৰিষদীয় সমষ্টি সীমা নির্ধাৰণক লৈ অভিযোগ !
মুখ্য-পৃষ্ঠা
দৈনন্দিন বাৰ্তা
-
September 19, 2024
MISING AUTONOMOUS COUNCIL: অসমৰ দ্বিতীয় বৃহৎ জনজাতি মিচিংসকলৰ লগতে মিচিং অধ্যুষিত অঞ্চলত বসবাস কৰা বিভিন্ন জাতি-জনগোষ্ঠীৰ ক'লা-সংস্কৃতি, শৈক্ষিক, আর্থ-সামাজিক তথা সর্বতো প্ৰকাৰৰ উন্নয়নৰ উদ্দেশ্যে অসম চৰকাৰৰ দ্বাৰা গঠন কৰা হৈছে মিচিৎ স্বায়ত্তশাসিত পৰিষদ ৷ ২০১৩ চনৰ পৰা মিচিংং জনজাতিসকলৰ লগতে পৰিষদত আহোম, গোর্খা আৰু বড়ো, ৰাভাকে ধৰি বহু জনগোষ্ঠীয়ে পৰিষদত ভোট দি আহিছে ৷ আহোম, বড়ো, গোৰ্খা প্ৰতিনিধিয়ে নিৰ্বাচন আয়োগৰ দ্বাৰা সাংবিধানিক ভাৱে পৰিচালিত নির্বাচনত অংশগ্ৰহণ কৰি পৰিষদৰ নেতৃত্ব লৈ গৌৰৱেৰে দহটা বছৰ সম্পূৰ্ণ কৰিছে ।
Urinary Tract Infection: প্ৰস্ৰাৱ কৰাৰ সময়ত জ্বলা-পোৰা, বিষ প্ৰস্ৰাৱ সংক্ৰমণৰ লক্ষণ!
স্বাস্থ্য বাৰ্তা
দৈনন্দিন বাৰ্তা
-
September 19, 2024
মহিলাসকল প্ৰস্ৰাৱৰ সংক্ৰমণ প্ৰায়েই হয়। কেতিয়াবা এই সংক্ৰমণ অতি গুৰুতৰ হৈ পৰে। সেইবাবে সক্ৰমণৰ ক্ষেত্ৰত মহিলাসকল সাৱধান হোৱা উচিত।(Urinary Tract Infection)
Swacchata hi seva: স্বচ্ছতাই সেৱা অভিযানৰ অংশ হিচাবে অসমত ৩৫০০ গছপুলি ৰোপণ
অসম
দৈনন্দিন বাৰ্তা
-
September 18, 2024
অসম চৰকাৰৰ মন্ত্ৰী অশোক সিংঘালে অসমত আনুষ্ঠানিকভাৱে মুকলি কৰিলে স্বচ্ছতাই সেৱা শীৰ্ষক পষেকীয়া অভিযান(Swachhata Hi Seva campaign) । জল শক্তি মন্ত্ৰালয় আৰু গৃহ নিৰ্মাণ তথা নগৰ পৰিক্ৰমা মন্ত্ৰালয়ৰ নেতৃত্বত আৰম্ভ হোৱা স্বচ্ছতাই সেৱা শীৰ্ষক এই অভিযান ২০২৪ চনৰ ১৭ ছেপ্টেম্বৰৰ পৰা ২ অক্টোবৰলৈ চলিব আৰু স্বচ্ছ ভাৰত দিৱসৰ দিনাখন অন্ত পৰিব।
World Bamboo Day 2024: আজি বিশ্ব বাঁহ দিৱস। বাঁহগাজৰ উপকাৰিতা বিষয়ে জানক
অসম
দৈনন্দিন বাৰ্তা
-
September 18, 2024
‘দুখীয়া মানুহৰ কাঠ’ আৰু ‘সেউজীয়া সোণ’ বুলি জনাজাত বাঁহগছ। কাগজৰ পৰা গৃহ নিৰ্মাণ, ঘৰুৱা সামগ্ৰীৰ পৰা আচবাব আদি বিভিন্ন কামত বাঁহৰ প্ৰয়োজনীয়তাক সকলোৱে গুৰুত্ব দি আহিছে।(Today is World Bamboo Day 2024)
1
...
126
127
128
...
627
Page 127 of 627
Popular
বৰপেটা সত্ৰত পালিত দৌল মহোৎসৱৰ আজি ভৰ দৌলঃ লোকে লোকাৰন্য বৰপেটা সত্ৰ চৌহদ
দৈনন্দিন বাৰ্তা
-
March 3, 2026