চিন্তা, বুজা আৰু সিদ্ধান্ত লোৱাৰ ক্ষমতাক জ্ঞান শক্তি বোলা হয়। বয়স বৃদ্ধিৰ লগে লগে জ্ঞান আৰু মনৰ শক্তি কমিবলৈ আৰম্ভ কৰে। বেছিভাগ মানুহৰে ক্ষেত্ৰত এনেকুৱা হয়। স্মৃতি শক্তি ভালে ৰাখিবলৈ কণী খোৱাৰ আৰম্ভ কৰক।(eating eggs can make your brain sharper)
নাৰীৰ সৌন্দৰ্য চুলিকোছাতে। এসপ্তাহত শ্বেম্পুৰে কেইবাৰ চুলি ধুব লাগে এই বিষয়ে আপুনি জ্ঞাত নে? আপোনাৰ চুলিকোছাৰ যত্ন লোৱাটো আপোনাৰ দায়িত্ব।(How Often Should You Wash Your Hair With Shampoo)
নাৰিকল তেলৰ বহু উপকাৰ আছে যদিও এই তেল ব্যৱহাৰ কৰাৰ সময়ত কিছুমান কথা মনত ৰখাটো অতি প্ৰয়োজনীয়। নাৰিকল তেলত থকা ট্ৰেন্স ফেটৰ বাবে ছালৰ সমস্যা হ’ব পাৰে।(Side Effects Of Coconut Oil)
খাদ্যত ক’লা জালুক অন্তৰ্ভুক্ত কৰিলে সোৱাদ বৃদ্ধি পায়, কিন্তু আপুনি জানেনে যে এই জালুক খালে স্বাস্থ্যৰ বহু উপকাৰ হ’ব পাৰে।(Black Pepper Health Benefits)