Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
স্বাস্থ্য বাৰ্তা
অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ উদ্যোগত সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাক স্মৰণ
বিমল বাগক অব্যাহতি, দানেল মুণ্ডাক ভাৰপ্ৰাপ্ত সভাপতিত্বৰ দায়িত্ব
মটক স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচনক লৈ সংগঠনসমূহৰ বৈঠক, ৰাজনৈতিক মঞ্চ গঠনৰ সিদ্ধান্ত ল’ব মটক জাতীয় অভিবৰ্তনত
Cracked Heels Problem: কি ভিটামিনৰ অভাৱত গোৰোহা ফাটে? শীতকালৰ এটা প্ৰধান সমস্যা গোৰোহা ফটা
মুখ্য-পৃষ্ঠা
দৈনন্দিন বাৰ্তা
-
November 22, 2024
৩টা বিশেষ ভিটামিনৰ অভাৱত গোৰোহা ফাটে। শীতকালত গোৰোহা ফাটি যোৱাৰ সমস্যাটো যথেষ্ট সাধাৰণ, অৱশ্যে ইয়াৰ আঁৰৰ কাৰণটো জনাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ, তেতিয়াহে সমস্যাটোৰ সমাধান হ'ব।(Cracked Heels Problem)
Tulsi: প্ৰতিদিনে চুবাই খাব ৫ টা কৈ তুলসীৰ পাত, শৰীৰৰ পৰা নাইকিয়া হ’ব এইসমূহ ৰোগ
মুখ্য-পৃষ্ঠা
দৈনন্দিন বাৰ্তা
-
November 22, 2024
প্ৰতিদিনে মাত্ৰ ৫ টা তুলসীৰ পাত চোবাই খাব। তুলসীৰ স্বাস্থ্যৰ বাবে অতি উপকাৰি। দৈনিক পাঁচটা তুলসীৰ পাত চোবাই খালে শৰীৰে বহু ৰোগৰ পৰা সকাহ পাব পাৰে।(Tulsi)
Refined Oil: ৰিফাইন তেলত পুৰী, পুলাও ৰান্ধে নেকি? ৰিফাইনৰ আছে বহু অপকাৰিতা
মুখ্য-পৃষ্ঠা
দৈনন্দিন বাৰ্তা
-
November 22, 2024
বৰ্তমান ৰিফাইন তেলৰ ব্যৱহাৰ বহু বেছি। যাৰ বাবে পূৰ্বতকৈ অধিক লোক মেদবহুলতা, ডায়েবেটিছ, হাৰ্ট এটেক আৰু উচ্চ ৰক্তচাপৰ বলি হৈছে।(Refined Oil)
Sivasagar । শিৱসাগৰ জিলাত গাহৰি মাংস বিক্ৰীত নিষেধাজ্ঞা জাৰি !
মুখ্য-পৃষ্ঠা
দৈনন্দিন বাৰ্তা
-
November 21, 2024
চৰকাৰী জাননী নং ই ফাইল নং ৩৭৪৪৬৫/ ২৮৭৯২১০/ ২০২৪/পশুধন শাখা, তাৰিখ গুৱাহাটী ১৯ নৱেম্বৰ, ২০২৪ আৰু শিৱসাগৰ (Sivasagar) জিলা পশু চিকিৎসা বিষয়াৰ কাৰ্য্যালয় পৰা লাভ কৰা পত্ৰ নং.ডিভিএছ/এএছএফ/২০২৪-২৫/৬৯০ তাৰিখ ১৯ নৱেম্বৰ/২০২৪ অনুসৰি ডিমৌ ৰাজহ চক্ৰৰ অধীনত ডিমৌ উন্নয়ন খণ্ডৰ অন্তৰ্গত একাৰাণী গ্ৰান্ট(Ekarani Grant) আৰু বৰ দেওধাই জাপিছাজিয়া (বটকা পুৰাণী পাম)গাঁওখন দুখনক আফ্ৰিকান ছোৱাইন ফিভাৰ ডিজিজ"ৰ "এপিচেণ্টাৰ- উৎপত্তিৰ স্থল" হিচাপে ঘোষণা কৰা হৈছে।
DOG । চামগুৰিত জীৱশ্ৰেষ্ঠ মানুহৰ কুকৰ্ম
মুখ্য-পৃষ্ঠা
দৈনন্দিন বাৰ্তা
-
November 21, 2024
(Nagaon ) নগাঁও জিলাৰ চামগুৰি আৰক্ষী থানাৰ অন্তৰ্গত পুৰণিগুদাম মিকিৰহাট হাতীৰ গাঁৱত জীৱশ্ৰেষ্ঠ মানুহৰ নৃশংসতাৰ বলি হ’ল এজনী প্ৰভূভক্ত মাইকী কুকুৰ (DOG) ৷ পাঁচটাকৈ সদ্যোজাত পোৱালিক মাতৃহীনা কৰি স্থানীয় দিব্যজ্যোতি শইকীয়া ওৰফে দাদুল নামৰ যুৱকজনে মৰিয়াই মৰিয়াই নৃশংসভাৱে মাইকী কুকুৰজনীক হত্যা কৰাৰ বাবে সমগ্ৰ অঞ্চলজুৰি সৃষ্টি হৈছে এক প্ৰতিবাদমুখৰ পৰিস্থিতি ৷
1
...
141
142
143
...
660
Page 142 of 660
Popular
১৪ নৱেম্বৰৰ পৰা আৰম্ভ হ’ব HSৰ চূড়ান্ত পৰীক্ষাৰ প্ৰ-পত্ৰ পূৰণ প্ৰক্ৰিয়া
দৈনন্দিন বাৰ্তা
-
November 8, 2026