স্বাস্থ্য বাৰ্তা

বহু তাৰকাই ৭ বজাৰ ভিতৰত ডিনাৰ কৰে! ৰাতি সোনকালে আহাৰ খোৱাৰ আছে বহু উপকাৰ…

সুস্থ হৈ থাকিবলৈ সময়মতে খাদ্য খোৱা আৰু শোৱাটো অতি প্ৰয়োজনীয়। বিশেষকৈ ৰাতিৰ আহাৰ খোৱা সময়ে, আপোনাৰ স্বাস্থ্যৰ ওপৰত বহুত প্ৰভাৱ পেলায়। বেছিভাগ মানুহেই ৰাতি...

পুৰুষ শক্তিৰ ৰহস্য লুকাই আছে ডাৰ্ক চকলেটত! পুৰুষে লাভ কৰিব ৫টা উপকাৰ…

প্ৰতি বছৰে ৭ জুলাইত ‘বিশ্ব চকলেট দিৱস’ পালন কৰা হয়। চকলেট প্ৰেমীৰ বাবে এটা সুখৰ দিন, কিন্তু আপুনি জানেনে যে ডাৰ্ক চকলেট কেৱল সুস্বাদু...

মাছৰ জোলৰ পৰা চাহলৈকে সকলোতে আদা দিয়ে নেকি? অত্যধিক আদা খোৱাৰ ফলত ৩টা ৰোগ হ’ব পাৰে…

আদা স্বাস্থ্যকৰ আৰু ইচ্ছামতে খাব পাৰি বুলি ভবাটো ভুল। জোখতকৈ বেছি হ'লে প্ৰতিটো বস্তুৱে বিহ হয়। অফিচৰ পৰা উভতি অহাৰ পিছত আৰম্ভ হোৱা মূৰৰ...

৩০ বছৰৰ পিছত মাহত এবাৰ স্তন পৰীক্ষা কৰাটো অতি প্ৰয়োজনীয় মহিলাসকলে…

তৃতীয় পৰ্যায়ৰ স্তন কেন্সাৰ ৰোগী মহিলাৰ জীয়াই থকাৰ হাৰ প্ৰায় ৮৬%। কিছুদিন পূৰ্বে জনপ্ৰিয় টিভি অভিনেত্ৰী হিনা খানে নিজৰ ইনষ্টাগ্ৰাম পোষ্টটো শ্বেয়াৰ কৰি প্ৰকাশ...

শুকান কাহৰ ফলত ডিঙিৰ সমস্যা হৈছে নেকি? এই ৩টা উপায় গ্ৰহণ কৰক…

কাহ হ’লে দৈনন্দিন জীৱনৰ স্বাভাৱিক কাম-কাজ কৰাত যথেষ্ট অসুবিধা হয়। ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ আপুনি কিছুমান ঘৰুৱা ঔষধৰ সহায় ল’ব পাৰে । এইবোৰ এনে...

Popular