স্বাস্থ্য বাৰ্তা

স্বাস্থ্যৰ সম্পদ কেৱল অমিতাই নহয় ইয়াৰ গুটিৰ পৰাও লাভ কৰিব পাৰি বহু উপকাৰীতা

অমিতা গুটি স্বাস্থ্যৰ সম্পদ বুলি গণ্য কৰা হয়। ইয়াৰ দ্বাৰা পেটৰ লগত জড়িত যিকোনো সমস্যাৰ পৰা মুক্তি পাব পাৰি। লগতে পেটৰ বিষ, কোষ্ঠকাঠিন্য আৰু...

কলেষ্টেৰল নিয়ন্ত্ৰণ কৰি ৰাখিবলৈ ৰাতি কিছমান বস্তু নাখাব। কি কি বস্তু খাব নালাগে জানক

কলেষ্টেৰল বৃদ্ধি কৰিলে বহু ৰোগৰ সম্ভাৱনা বৃদ্ধি পায়। কলেষ্টেৰল নিয়ন্ত্ৰণ কৰিবলৈ খাদ্যাভ্যাসৰ প্ৰতি গুৰুত্ব দিয়াটো প্ৰয়োজনীয়। কোনোবাই ৰাতি কিছুমান বস্তু খোৱাৰ পৰা বিৰত থাকিব...

শীতত শ্বাস-প্ৰশ্বাস ক্ৰিয়া আৰু তেজ চলাচল প্ৰক্ৰিয়া সতেজ ৰাখিবলৈ কি কৰা উচিত জানক…

শীতত থৰ লগা সময়ত প্ৰথমে কঁপনি আৰু চটফটনিৰ অনুভূতি হয়; চলাচল বা হাত-ভৰি আদি লৰচৰ কৰিব নোৱাৰা হৈ আহে, টোপনি টোপনি ভাৱ হয় আৰু...

শীতত চৰ্দি, জ্বৰৰ বাবে বিশেষ আহাৰ গ্ৰহণ কৰক…

চৰ্দি জ্বৰ ঋতু সলনি হোৱাৰ সময়ত আমি প্ৰায় সকলোৱে ভোগা এটি ৰোগ হ’ল চৰ্দি জ্বৰ। এনে সময়ত কাহ, এলাৰ্জি আৰু শ্বাস কষ্টও দেখা দিয়ে। চৰ্দিক...

শৰীৰৰ ওজন বঢ়াটো মহিলাৰ এক প্ৰধান সমস্যা! গতিকে ব্ৰেকফাষ্টত মহিলা সকলে অন্তৰ্ভুক্ত কৰক এই খাদ্যবোৰ

ব্ৰেকফাষ্ট আমাৰ দিনটোৰ আটাইতকৈ বিশেষ খাদ্য। এনে পৰিস্থিতিত যদি আপুনিও মেদবহুলতাৰ বাবে চিন্তিত, তেন্তে আপুনি আপোনাৰ খাদ্য তালিকাত কিছুমান বস্তু অন্তৰ্ভুক্ত কৰিব পাৰে। আপুনি...

Popular