স্বাস্থ্য বাৰ্তা

পানীত নেমুৰ ৰস মিহলাই গা ধুলে বলিৰেখাৰ সমস্যা দূৰ হয়…

নেমুৰ পানীৰ উপকাৰীতাঃ গা ধোৱা পানীত নেমুৰ ৰস মিহলাই দিলে ইয়াৰ উপকাৰীতা দুগুণ হয়। আমি ইয়াত ক'ম যে পানীত নেমুৰ ৰস মিহলাই গা ধুলে...

ভৰিৰ নখৰ যন্ত্ৰণাত ভূগিছে যদি কেইটামান বিশেষ ঘৰুৱা চিকিৎসাৰ উপাই জানি ল‌ওঁক…

বহুতো লোকৰ ভৰিৰ বুঢ়া আঙুলিত নানাধৰণৰ সমস্যা হয়, যাৰ কাৰণে তেওঁ যন্ত্ৰণাত ভুগিবলগাত পৰে। ভৰিৰ নখত যদি ভেঁকুৰ (ফাংগাছ) জাতীয় বস্তুৰ সংক্রমণ হৈ থাকে।...

মানুহৰ আটাইতকৈ ডাঙৰ সমস্যাটোৱে হৈছে মানসিক চাপ ! মানসিক চাপে মানুহৰ ৰোগ বৃদ্ধি কৰে। কেনেকৈ দূৰ কৰিব মানসিক চাপ

আজিকালি মানসিক চাপ সকলোৰে জীৱনৰ এটা অংশ হৈ পৰিছে। মানসিক চাপ দূৰ কৰাৰ সৰল উপায়: আজিকালি মানসিক চাপ সকলোৰে জীৱনৰ এটা অংশ হৈ পৰিছে।...

সুস্বাস্থ্যৰ আঁৰত যোগাসনৰ ভূমিকা কিয় অতি গুৰুত্বপূৰ্ণ জানক…

ত্ৰিকোণাসন – ত্ৰিকোণৰ অৰ্থ তিনিটা কোণ। এই আসনৰ পুৰ্ণ  অৱস্থাত তিনি কোণৰ দৰে দেখা যায় বাবে এই আসনটোক ত্ৰিকোণাসন নামেৰে জনা যায়। থিয় হৈ কৰা...

নখৰ সৌন্দৰ্য বৃদ্ধিৰ বাবে ল’ব লগা কেইটামান বিশেষ যত্ন জানক…

পুৰুষেই হওক বা মহিলাই হওক আজি প্ৰতিগৰাকী ব্যক্তিয়ে সৌন্দৰ্য সম্পৰ্কে সচেতন। নাৰীসকল এইক্ষেত্ৰত আগবঢ়া। প্ৰত্যেকগৰাকী নাৰীয়ে নিজক সজাই ভাল পায়। পিছে সৌন্দৰ্য সচেতন ব্যক্তি...

Popular