স্বাস্থ্য বাৰ্তা

Hormonal problems: ৫টা হৰম’নৰ সমস্যাই নাৰীক সমস্যাত পেলাই, কেনেকৈ সমাধান কৰিব এই পাঁচ সমস্যা ?

মহিলাৰ জীৱন অতি কঠিন কাৰণ হৰম’নৰ ভাৰসাম্যহীনতাই তেওঁলোকৰ বহু স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি কৰিব পাৰে। কিন্তু সঠিক জীৱনশৈলী, (Hormonal problems) খাদ্যাভ্যাস আৰু চিকিৎসকৰ পৰামৰ্শৰ দ্বাৰা এনে সমস্যাবোৰ নিয়ন্ত্ৰণ কৰিব পৰা যায়।

Eggs: প’চ, অমলেট নহয়; কণী কেনেকৈ খাব লাগে জানেনে ?

প’চ, অমলেট, সিজোৱা নহয়, কণী কেনেকৈ খাব লাগে সেয়া জানেনে ? বিজ্ঞানীসকলে কয় যে কণী সিজোৱাৰ ‘পিৰিয়ডিক কুকিং’ হৈছে শুদ্ধ পদ্ধতি।(Eggs)

Broccoli: ব্ৰকলিত প্ৰচুৰ পৰিমাণে আইৰণ থাকে, তেজ বৃদ্ধিৰ লগতে মেদবহুলতা দূৰ কৰে, জানো আৰু কি কি উপকাৰিতা আছে ব্ৰকলিৰ?

সেউজীয়া শাক-পাচলি স্বাস্থ্যৰ বাবে উপকাৰী বুলি গণ্য কৰা হয় কিন্তু কোনটো শাক-পাচলি স্বাস্থ্যৰ বাবে বেছি উপকাৰী জানেনে? (Broccoli)

Vitamin C: ভিটামিন চিৰ অভাৱত ছালত দাগ, বলিৰেখা আৰু ছাল ফুলে, এই ৫ টা ফল খালে আপোনাৰ সমস্যা সমাধান হ’ব !

শৰীৰত দেখা এই পৰিৱৰ্তনবোৰক আওকাণ নকৰিব, ভিটামিন চিৰ অভাৱ হ’ব পাৰে; এই ৫ টা ফল খালে আপোনাৰ উপকাৰ হ’ব। (Vitamin C)

Sehri: ৰোজাৰ সময়ত পিয়াহ বা ভোক অনুভৱ নকৰিব, মাত্ৰ এইসমূহ খাদ্য চেহৰীত খাব !

পবিত্ৰ ৰমজান মাহ আৰম্ভ হৈছে কালিৰে পৰা। উপবাসৰ সময়ত হাইড্ৰেটেড আৰু এনাৰ্জেটিক হৈ থাকিবলৈ চেহৰীৰ সময়ত এইসমূহ খাদ্য খাব পাৰে।(Sehri)

Popular