স্বাস্থ্য বাৰ্তা

Cold Drink: খাদ্যৰ সৈতে শীতল পানীয় খোৱাসকল সাৱধান! নতুন অধ্যয়নত প্ৰকাশ ভয়ংকৰ তথ্য

যদি আপুনি ভাবে যে মিঠাইতকৈ শীতল পানীয় খোৱাটো ভাল, তেন্তে আপোনাৰ বাবে এক ডাঙৰ সতৰ্কবাণী। শেহতীয়াকৈ ছুইডেনত কৰা এক অধ্যয়নত প্ৰকাশ পাইছে যে বেছিকৈ শীতল পানীয় সেৱন কৰিলে হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি পায়।(Cold Drink)

Self Improvement Tips: নতুন বছৰত শৰীৰটো সুস্থ কৰি ৰাখিবলৈ কি কি অভ্যাস গ্ৰহণ কৰিব?

নতুন বছৰত আপোনাৰ জীৱনত কোনটো নতুনত্ব আনিব, নিজকে ভাল কৰি ৰাখিবলৈ কিছুমান অভ্যাস মানি চলিব লাগিব।(Self Improvement Tips)

Urine: সঘনাই প্ৰস্ৰাৱ কৰিব লাগে নেকি? ইয়াৰ ফলত গুৰুতৰ ৰোগ হ’ব পাৰে!

সঘনাই প্ৰস্ৰাৱ কৰাটো এটা সাধাৰণ সমস্যা যেন লাগিব পাৰে, কিন্তু ই আপোনাৰ স্বাস্থ্যৰ বিষয়ে গুৰুতৰ ইংগিত দিব পাৰে। দিনটোৰ ভিতৰত যদি আপুনি বাৰে বাৰে শৌচাগাৰলৈ যায় তেন্তে এই সমস্যাটোক আওকাণ নকৰিব।(urine)

Sesame Laddu: তিলৰ লাড়ু খালে হ’ব ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী! কেনেকৈ বনাব তিলৰ লাড়ু?

চীনা খাদ্যত তিল পোৱা যায় যদিও তিল সাধাৰণতে দৈনন্দিন ৰন্ধন প্ৰণালীত পৰিৱেশন কৰা নহয়। যদি আপুনি কেৱল তিল খাই ভাল নাপায় তেন্তে ইয়াৰে লাডু বনাব পাৰে।(Sesame Laddu)

Tea Is Healthy: ‘চাহ এতিয়া স্বাস্থ্যকৰ’, চাহলৈ ‘স্বাস্থ্যকৰ’ পানীয়ৰ স্বীকৃতি আমেৰিকাৰ

চাহলৈ 'স্বাস্থ্যকৰ' পানীয়ৰ স্বীকৃতি। আমেৰিকা যুক্তৰাষ্ট্ৰৰ খাদ্য আৰু ঔষধ প্ৰশাসনে প্ৰদান কৰে এই আনুষ্ঠানিক স্বীকৃতি। ইণ্ডিয়ান টি এছ'চিয়েশ্যনে শুকুৰবাৰে সদৰী কৰে এই কথা।(Tea Is Healthy)

Popular