স্বাস্থ্য বাৰ্তা

Roti and Rice: সাৱধান! ৰুটি আৰু ভাত একেলগে খাই নেকি?

ৰুটি আৰু চাউল একেলগে খোৱাটো স্বাস্থ্যৰ (Roti and Rice) বাবে ক্ষতিকাৰক হ’ব পাৰে। ভাত আৰু ৰুটি পুষ্টিকৰ বুলি কোৱা হয়। কিন্তু ভাত আৰু ৰুটি একেলগে খালে স্বাস্থ্যৰ বাবে ক্ষতিকাৰক হ’ব পাৰে।

Health Tips: গা ধোৱাৰ পিছতো ঘামত তিতি যায় নেকি শৰীৰটো, অত্যধিক ঘাম ওলালে কি কৰিব?

গৰমতে হওক বা ঠাণ্ডাতেই (Health Tips) হওক বহু লোকৰ গা ধোৱাৰ পিছতে ঘাম ওলাবলৈ আৰম্ভ কৰে। গা ধোৱাৰ পিছতে ঘাম ওলোৱাটো স্বাভাৱিক নে কোনো ৰোগৰ লক্ষণ বহুতৰ মনত প্ৰশ্ন হয় ?

Alzheimer: ছাইয়াৰা ছবিৰ নায়িকাগৰাকীৰ ৰোগৰ সন্দৰ্ভত WHOৰ ভয়ংকৰ ভৱিষ্যদ্বাণী!

ছবি গৃগত বহু টকা উপাৰ্জন কৰি থকা (Alzheimer) ছাইয়াৰা চিনেমাত নায়িকাগৰাকীৰ যি ৰোগ আছিল সেই ৰোগৰ বিষয়ে WHO এ ভয়ংকৰ ভৱিষ্যদ্বাণী কৰিছে।

Prevent Cancer: কেন্সাৰ ৰোগৰ পৰা আঁতৰি থাকিবলৈ কি কৰা উচিত নৱ-প্ৰজন্মই

নৱ প্ৰজন্মই নিজৰ (Prevent Cancer) জীৱনশৈলীত কিছু অভ্যাস অন্তৰ্ভুক্ত কৰে, তেন্তে কমবয়সত কৰ্কট ৰোগৰ দৰে বিপদজনক ৰোগৰ পৰা নিজকে ৰক্ষা কৰিব পাৰিব।

Foods To Eat Raw: কোনবোৰ খাদ্য খাব লাগে কেঁচাকৈ ? কেঁচাকৈ খালেহে লাভ কৰিব পুষ্টি !

Foods To Eat Raw: কোনবোৰ খাদ্য খাব লাগে কেচাঁকৈ ? কেচাঁকৈ খালেহে লাভ কৰিব পুষ্টিকৰ উপাদান!

Popular