স্বাস্থ্য বাৰ্তা

Health Benefits: ৰূপৰ গিলাচত পানী খালে লাভ কৰিব ৩টা উপকাৰ!

ৰূপৰ গিলাচত পানী খোৱাটো স্বাস্থ্যৰ বাবে অতি উপকাৰী। আয়ুৰ্বেদৰ মতে ৰূপৰ গিলাচত পানী খালে খং কমে। ৰূপৰ গিলাচত পানী খোৱাৰ উপকাৰিতাৰ বিষয়ে জানো আহক।(Health Benefits)

Energy Food: সকলো সময়তে ভাগৰুৱা অনুভৱ হয় নেকি ? লগে লগে শক্তি অনুভৱ কৰিব খাব এই ৫ টা খাদ্য

যদি আপুনি সকলো সময়তে ভাগৰুৱা অনুভৱ কৰে, তেন্তে আপোনাৰ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিব কিছুমান বিশেষ খাদ্য। যিবোৰ বস্তু খালে তৎক্ষণাত শক্তি লাভ কৰিব।(Energy Food)

Underwear: পুৰুষে ৰাতি কিয় আণ্ডাৰৱেৰ পিন্ধি শুব নালাগে !

বহু পুৰুষে টোপনিৰ শিষ্টাচাৰ মানি চলে, কিন্তু ৰাতি শোৱাৰ আগতে আণ্ডাৰৱেৰ পিন্ধিব লাগে নে নালাগে সেই বিষয়ে জানেনে?(Underwear)

Vastu Tips: কোন দিশে মুখ কৰি খাব লাগে খাদ্য?

নিয়মিত আহাৰ খালে শৰীৰ সুস্থ আৰু ফিট হৈ থাকে। কিন্তু খাদ্য খোৱাৰ সময়ত আমি কোন দিশে মুখ কৰিব লাগে জানেনে?(Vastu Tips)

Potato Peel: আলুৰ বাকলি পেলাই দিয়ে নেকি? নিদিব, আলুৰ বাকলিৰ আছে বহু উপকাৰিতা!

প্ৰায় প্ৰতিবিধ শাক-পাচলিৰ লগত আলু ৰান্ধি খাই ভাল পায় সকলোৱে। আলুৰ(Potato Peel) পৰা বহু ধৰণৰ বিশেষ ৰেচিপি তৈয়াৰ কৰিব পাৰি।

Popular