স্বাস্থ্য বাৰ্তা

Dark Chocolate: চকলেট খাই ডায়েবেটিছ ৰোগ নিয়ন্ত্ৰণত ৰাখক! কিন্তু এটা কথা মনত ৰাখিব

যদি আপুনি চকলেট খাই ভালপাই, তেন্তে এই খবৰটো আপোনাৰ বাবে। শেহতীয়াকৈ আমেৰিকাৰ এক অধ্যয়ন অনুসৰি সপ্তাহত পাঁচবাৰ ডাৰ্ক চকলেট খালে টাইপ-২ ডায়েবেটিছৰ সম্ভাৱনা হ্ৰাস পাব পাৰে।(Dark Chocolate)

Cough: শীতকালত ঘৰতে কাহৰ সমস্যা সমাধান কৰক

শীতকালীন কাহৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ বহুতে চিৰাপ খাই। সেই চিৰাপ খোৱাৰ পিছতো বহুতৰে আকৌ টোপনি আহে। কেতিয়াবা কেতিয়াবা চিৰাপ খালেও কাহৰ সমস্যা সমাধান নহয়। এই সমস্যাৰ পৰা হাত সাৰিবলৈ ঘৰুৱা উপায়ৰ জৰিয়তে এই সমস্যা সমাধান কৰিব পাৰে।(Cough)

APSC Results: নলবাৰীক গৌৰৱান্বিত কৰিলে জোন ৰাজবংশীয়ে, পুত্ৰৰ সাফল্যত মাতৃৰ চকুত চকুপানী

ৰাজেন ৰাজবংশী আৰু ক্ষীৰোদা ৰাজবংশীৰ কনিষ্ঠ পুত্ৰ তথা মেধাৱী ছাত্ৰ জোন ৰাজবংশীয়ে সদ্য ঘোষিত APSC পৰীক্ষাত AAO 65 ৰেংক লাভ কৰি অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনে।(APSC Results)

Milk With Ghee Benefits: গাখীৰৰ সৈতে মিহলাই খাওক এইবিধ সামগ্ৰী, হাড় আৰু টোপনিৰ সমস্যা নহ’ব

যদি আমি সুস্থ হ’ব বিচাৰো তেন্তে গাখীৰৰ সৈতে নিয়মিতভাৱে খাব লাগে ঘিউ, শৰীৰৰ লগতে হাড় আৰু টোপনিৰ কোনো সমস্যা নহ'ব।(Milk With Ghee Benefits)

Banana: হালধীয়া, ৰঙা নে নীলা; কোন ৰঙৰ কল বেছি পুষ্টিকৰ?

কল এবিধ ফল যিটো প্ৰতিটো ঋতুতে সহজে পোৱা যায় আৰু সকলো বয়সৰ মানুহে কল ভাল পায়। কল কেৱল সুস্বাদু নহয়, পুষ্টিকৰ উপাদানৰে ভৰপূৰ।(Banana)

Popular