স্বাস্থ্য বাৰ্তা

Radish Leaves: মূলা খাই শাক পেলাই দিয়ে নেকি? মূলাতকৈ মূলাৰ পাতত অধিক পুষ্টিকৰ উপাদান থাকে!

মূলা ভালদৰে ৰান্ধিলে সুস্বাদু খাদ্য হয়। কেৱল সেয়াই নহয়, মূলা পাতে ওজন হ্ৰাসৰ পৰা আৰম্ভ কৰি ৰক্তহীনতা আনকি ছালখন ধুনীয়া কৰি ৰখালৈকে সকলোতে সহায় কৰিব পাৰে।(Radish Leaves)

Frequent Urination: শীতকালত আপুনি সঘনাই প্ৰস্ৰাৱ কৰে নেকি? এই ৫টা ৰোগৰ লক্ষণ হ’ব পাৰে

পানী খোৱাৰ পিছত ১ ঘণ্টাৰ ভিতৰত প্ৰস্ৰাৱ কৰাটো স্বাভাৱিক বুলি ধৰা হয়। একে সময়তে কম পানী খোৱাৰ পিছতো সঘনাই প্ৰস্ৰাৱ কৰাটো পাঁচটা ৰোগৰ লক্ষণ হ’ব পাৰে। ২৪ ঘন্টাত কিমানবাৰ প্ৰস্ৰাৱ কৰিব লাগে জানেনে?(Frequent Urination)

Republic Day 2025: ওদালগুৰিত গণৰাজ্য দিৱসত ৰাষ্ট্ৰীয় পতাকা উত্তোলন বিটিআৰৰ উপমুখ্য কাৰ্যবাহী সদস্য গোবিন্দ বসুমতাৰীৰ

Republic Day 2025:ওদালগুৰিত গণৰাজ্য দিৱসত ৰাষ্ট্ৰীয় পতাকা উত্তোলন বিটিআৰৰ উপমুখ্য কাৰ্যবাহী সদস্য গোবিন্দ বসুমতাৰীৰ

Proteins: যেতিয়া পেটত প্ৰটিন হজম নহয় তেতিয়া শৰীৰে এনে সংকেত দিয়ে…

প্ৰটিন আমাৰ সুষম খাদ্যৰ এটা গুৰুত্বপূৰ্ণ(Proteins) অংশ, যিয়ে পেশী গঠন, কোষ গঠন আৰু শৰীৰৰ সামগ্ৰিক কাৰ্য্যকলাপত সহায় কৰে।

Women: এই সমূহ ভিটামিন মহিলাৰ ‘প্ৰকৃত বন্ধু’, বহু ৰোগ দূৰ কৰে!

কিছু পৰিমাণে পুষ্টিকৰ উপাদান থকা খাদ্য গ্ৰহণ কৰাটো মহিলাৰ বাবে অতি প্ৰয়োজনীয়, অন্যথা মহিলাৰ শৰীৰত ৰোগৰ আক্ৰমণ হ’ব পাৰে। মহিলাসকলে কি কি বস্তু খাব লাগে জানি লওক।(Women)

Popular