Breaking

এফালে গৰম, আনফালে শিলাবৃষ্টি! আপোনাৰ অঞ্চলত বৰষুণ দিছে নে…

0 28

দেশৰ লগতে ৰাজ্যতো বৃদ্ধি পাইছে গৰমৰ উত্তাপ।

উৎকট গৰমৰ মাজতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰচণ্ড ধুমুহা-বৰষুণ।

ধুমুহা-বৰষুণৰ লগতে প্ৰচণ্ড জোৰেৰে ধুমুহাৰৰো তাণ্ডৱ।

সৰুপথাৰ প্ৰচণ্ড শিল-বৰষুণৰ সৃষ্টি।

সৰুপথাৰত যোৱা কিছুদিনৰ পৰা দুই এদিনৰ মূৰে মূৰে ধাৰাসাৰ বৰষুণ আৰু শিলাবৃষ্টিৰ ফলত যথেষ্ট ক্ষয়-ক্ষতি হৈছে জনসাধাৰনৰ।

Leave A Reply