Breaking

দেওবাৰৰ বাবে অসমকে ধৰি কেইবাখনো ৰাজ্যত প্ৰচণ্ডৰ পৰা অতি প্ৰচণ্ড বৰষুণৰ সতৰ্কবাণী জাৰি

0 119

ভাৰতৰ বতৰ বিজ্ঞান বিভাগে দেওবাৰৰ বাবে কেইবাখনো ৰাজ্যত প্ৰচণ্ডৰ পৰা অতি প্ৰচণ্ড বৰষুণৰ সতৰ্কবাণী জাৰি কৰিছে।

ওড়িশা আৰু বিহাৰৰ ওপৰত প্ৰচণ্ডৰ পৰা অতি প্ৰচণ্ড বৰষুণৰ সম্ভাৱনা।

ইফালে উত্তৰ প্ৰদেশ, মধ্যপ্ৰদেশ, ছত্তীশগড়, পশ্চিমবংগ, ঝাৰখণ্ড, অৰুণাচল প্ৰদেশ, অসম, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, গোৱা আৰু মহাৰাষ্ট্ৰৰ ওপৰত প্ৰচণ্ড বৰষুণৰ সম্ভাৱনা অতিশয় বেছি।

Leave A Reply