Breaking

কেইবাখনো ৰাজ্যৰ বাবে প্ৰচণ্ডৰ পৰা অতি প্ৰচণ্ড বৰষুণৰ সতৰ্কবাণী জাৰি বতৰ বিজ্ঞান বিভাগৰ

0 186

আগন্তুক দুদিনৰ বাবে ভাৰতৰ বতৰ বিজ্ঞান বিভাগে প্ৰচণ্ডৰ পৰা অতি প্ৰচণ্ড বৰষুণৰ সতৰ্কবাণী জাৰি কৰিছে কেইবাখনো ৰাজ্যলৈ।


সোমবাৰে আৰু মঙলবাৰে অসম আৰু মেঘালয়ৰ বাবে বৰষুণৰ সতৰ্কবাণী জাৰি কৰিছে বিজ্ঞান বিভাগে।


তদুপৰি, সোমবাৰ আৰু মঙলবাৰে অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জত প্ৰচণ্ড বৰষুণৰ সম্ভাৱনাৰ কথা উল্লেখ বতৰ বিজ্ঞান বিভাগৰ।

Leave A Reply