Himanta Biswa Sarma: স্কুটিৰ সন্দৰ্ভত বিশেষ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

শিক্ষাৰ্থীৰ বাবে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ ঘোষণা। স্কুটিৰ প্ৰদানৰ ক্ষেত্ৰত পূৰ্বৰ কিছু নিময় সলনি কৰা হৈছে বুলি কয় মুখ্যমন্ত্ৰীগৰাকীয়ে।(Himanta Biswa Sarma)

নিয়মীয়া শিক্ষাৰ্থীৰ উপৰিও ক’চিং কেন্দ্ৰত শিক্ষাগ্রহণকাৰীয়েও পাব স্কুটি।

তাৰ বাবে নিৰ্ধাৰিত যোগ্যতা অর্জন কৰিব লাগিব শিক্ষার্থীসকলে ।

অৱশ্যে পৰৱৰ্তী বৰ্ষত সকলো শিক্ষার্থীয়ে নাপাব এই সুবিধা ।

নিয়মীয়া শ্ৰেণীৰ শিক্ষাৰ্থীসকলেহে পাব স্কুটি ।

এবছৰৰ বিৰতিৰ পাছত নিয়মীয়া শ্রেণীত অন্তর্ভুক্ত শিক্ষার্থীয়েও পাব এই সুবিধা।

Related Articles