Breaking

নাগালেণ্ডৰ ঘটনাক লৈ গৃহমন্ত্ৰীৰ লোকসভাত শোক প্ৰকাশ

0 2,239

নাগালেণ্ডৰ হিংসাকাণ্ড সোমবাৰে সংসদত উত্থাপিত কৰা হয়। তাৰ পিছত গৃহমন্ত্ৰী অমিত শ্বাহে লোকসভাত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। তেওঁ মন জিলাত ১৪ জন নাগৰিকৰ মৃত্যুত গভীৰ দুখ প্ৰকাশ কৰে।একে সময়তে, তেওঁ সকলো সদস্যক আশ্বাস দিয়ে যে কেন্দ্ৰীয় চৰকাৰে পৰিস্থিতি নিৰীক্ষণ কৰি আছে। বিষয়টো চোৱা-চিতা কৰিবলৈ এটা বিশেষ অনুসন্ধান দলও গঠন কৰা হৈছে।

Leave A Reply