মুখ্য-পৃষ্ঠা

অসমৰ বানপীড়িতলৈ ৮৪৩ কোটি টকাৰ আবণ্টন কেন্দ্ৰৰ

কেন্দ্ৰীয় চৰকাৰৰ অংশ ৭৫৮.৭০ কোটি আৰু ৰাজ্য চৰকাৰৰ অংশ হিচাপে ৮৪.৩০ কোটি টকাৰ আবণ্টন।

পুনৰ আটক ২ CJP নেতাঃ আশুতোষ ৰাংকা আৰু সৌৰভ দাসক আটক

আশুতোষ ৰাংকা আৰু সৌৰভ দাসক আটক। আন্দোলনৰ অনুমতি বিচাৰি সোমবাৰে পুনৰ কাষ চাপিছিল আৰক্ষীৰ।

মুকলি আকাশৰ তললৈ জুবিন গাৰ্গ হত্যাৰ গোচৰৰ অন্যতম অভিযুক্ত অমৃতপ্ৰভা

পুৱা ৬:৩০ বজাত কাৰাগাৰৰ পৰা ওলাল অমৃতপ্ৰভা মহন্ত।মাতৃ-ভগ্নী আৰু অন্যান্য আত্মীয়ই চমজি লৈ যায় অমৃতপ্ৰভাক।

জুবিন ক্ষেত্ৰত জুবিনৰ বন্ধু পাৰ্থ প্ৰতিম গোস্বামীৰ বিস্ফোৰক মন্তব্য, ‘জুবিনৰ মূল্য মাত্ৰ ৫০ হাজাৰ টকা নেকি?’ অমৃতপ্ৰভা মহন্তৰ জামিনক লৈ প্ৰশ্ন…

জুবিন ক্ষেত্ৰত জুবিনৰ বন্ধু পাৰ্থ প্ৰতিম গোস্বামীৰ বিস্ফোৰক মন্তব্য, ‘জুবিনৰ মূল্য মাত্ৰ ৫০ হাজাৰ টকা নেকি?’ অমৃতপ্ৰভা মহন্তৰ জামিনক লৈ প্ৰশ্ন...

মডাৰ্ণ ইংলিছ স্কুলত সফলতাৰে সম্পন্ন চতুৰ্থ সদৌ অসম আন্তঃবিদ্যালয় টাইকোৱাণ্ডো চেম্পিয়নশ্বিপ

মডাৰ্ণ ইংলিছ স্কুলত সফলতাৰে সম্পন্ন চতুৰ্থ সদৌ অসম আন্তঃবিদ্যালয় টাইকোৱাণ্ডো চেম্পিয়নশ্বিপ

Popular