মুখ্য-পৃষ্ঠা

৪৮ কোটি টকীয়া দুই লেনযুক্ত ৰাজ্যিক ঘাইপথ নিৰ্মাণত ঠিকাদাৰ গোষ্ঠী নাহাতাৰ অনিয়ম

ঢকুৱাখনাৰ খজুৱা তিনিআলিৰ পৰা মাতমৰা সংযোগী ৰাজ্যিক ঘাইপথটো দুইলেনযুক্ত কৰি নিৰ্মাণৰ বাবে চি,আৰ,এফ আঁচনিৰ অধীনত ২০১৭-১৮ বৰ্ষত  ৪৮ কোটি ৮৫ লাখ ৩৭ হেজাৰ টকাৰ...

ডবকা পাহাৰত বনজ সম্পদ ধ্বংস যজ্ঞক লৈ সৰৱ সচেতন মহল: সামাজিক মাধ্যমত তুলপাৰ

মিত্ৰজোঁটে দ্বিতীয় বাৰ চৰকাৰ গঠন কৰাৰ সুযোগ গ্ৰহণ কৰাত মুখ্যমন্ত্ৰী হিচাপে ড: হিমন্ত বিশ্ব শৰ্মাই দ্বায়িত্ব ভাৰ গ্ৰহণ কৰাৰ পিছত অসমত চলি থকা বিভিন্ন...

অলিম্পিকগামী লাভলীনাক লৈ উচাহৰ ঢল বোকাখাত জে ডি এছ জি মহাবিদ্যালয়তঃ

অহা ২৩ জুলাইত আৰম্ভ হব টকিঅ' অলিম্পিক গেমছ ২০২০। ভাৰতীয় দলৰ স'তে যাব অসমৰ একমাত্ৰ খেলুৱৈ, বোকাখাত জে ডি এছ জি মহাবিদ্যালয়ৰ ছাত্ৰী তথা...

বিশ্ব যুৱ আৰ্চাৰী চেম্পিয়নশ্বিপলৈ নিৰ্বাচিত বোকাখাতৰ বিশাল চাংমাইঃ

 আন্তঃৰাষ্ট্ৰীয় আৰ্চাৰী প্ৰতিযোগিতালৈ গোলাঘাটৰ একমাত্ৰ খেলুৱৈ হিচাপে ভাৰতীয় দলত স্থান লাভ কৰি বোকাখাতৰ লগতে অসম বাসীৰ বাবে সুখৰ কঢ়িয়াই আনিছে বোকাখাতৰ সুসন্তান বিশাল চাংমায়ে...

১৯৪১ চনত নিৰ্মিত ডবকাৰ যমুনা নৈৰ দলং জাহ যোৱাৰ উপক্ৰম

১৯৪১ চন ৷ সমগ্ৰ দেশ বৃটিচৰাজৰ অধীন ৷ সেই সময়ত ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ডবকাস্থিত যমুনা নদীৰ ওপৰত ডবকা-হোজাই সংযোগী পথৰ ওপৰত এখন পকী...

Popular