মুখ্য-পৃষ্ঠা

প্ৰবীন ৰাজনীতিবিদ,জননেতা,প্ৰাক্তন মুখ্যমন্ত্ৰী ডা: ভূমিধৰ বৰ্মনক শেষ শ্ৰদ্ধা জ্ঞাপন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

যোৱা ১৮ এপ্ৰিলত সন্ধিয়া গুৱাহাটীৰ দিছপুৰ হস্পিতালত শেষ নিশ্বাস ত্যাগ কৰে জননেতা,প্ৰাক্তন মুখ্যমন্ত্ৰী ডা:ভূমিধৰ বৰ্মনে ।যোৱাকালি তেওঁৰ নশ্বৰ দেহ গৃহ জিলা নলবাৰীলৈ অনা হয়...

জামুগুৰিহাটত কৰ’ণাত আক্ৰান্তৰ সংখ্যা ১৩ জনলৈ বৃদ্ধি

মহামাৰী কৰ'ণাৰ দ্বিতীয়টো ঢৌয়ে জোকাৰি গৈছে জামুগুৰিহাটো।দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে কৰ'ণাত আক্ৰান্তৰ সংখ্যা। জামুগুৰি পৰিপূৰক স্বাস্থ্য কেন্দ্ৰৰ অধীনৰ এলেকাত এতিয়ালৈকে কৰ'ণাত আক্ৰান্তৰ সংখ্যা...

মাজুলী জিলা কবি সন্মিলনৰ অধিৱেশন সম্পন্ন

মাজুলী জিলা কবি সন্মিলনৰ ২০১৮-২০২১ বৰ্ষৰ অধিৱেশন আজি সম্পন্ন হয়। সেই মৰ্মে আজি বিয়লি ১ বজাৰ পৰা মাজুলী মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত মাজুলী জিলা কবি সন্মিলনৰ...

শ্ৰীৰামপুৰত আৰক্ষীৰ অভিযানত বৃহৎ পৰিমানৰ ভাং সহ ট্ৰাক জব্দঃ দুজনক আটক

গোসাইগাঁও মহকুমাৰ অসম-বংগ সীমান্তৰ শ্ৰীৰামপুৰ ৩১ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত আজি পুৱা আৰক্ষীয়ে অভিযান চলাইপৰিমানৰ ভাং সহ ডব্লিউ বি ৪১ ই ৬৩৪২ নম্বৰৰ এখন ট্ৰাক...

কোভিড পৰিস্থিতিৰ বাবে অনুষ্টুপীয়া হব বৰপেটা সত্ৰৰ দালানৰ সন্মুখৰ সাত বহাগৰ নাম

বৰপেটা সত্ৰৰ দালানৰ সন্মুখত প্ৰতি বছৰে ৭ বহাগত অনুষ্ঠিত হয় থিয়নাম ৷ কিন্তু এইবেলি কোভিড পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত এই নাম অনুষ্টুপীয়াকৈ পালন কৰা হব ৷...

Popular