মুখ্য-পৃষ্ঠা

ধিঙৰ সোনাৰি গাৱঁৰ পৰা বুজন পৰিমানৰ নিচা জাতীয় টেবলেট সহ এজনক আটক ।

ৰাজ্যৰ আন আন ঠাইৰ লগতে ধিঙতো অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান। নগাঁও জিলা আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ নেতৃত্বত ক্ৰমাৎ তীব্রতৰ হৈ পৰিছে ড্ৰাগছ বিৰোধী...

বিশ্বনাথত নৱনিৰ্মিত ক’ভিড প্ৰতিষেধক ভড়ালৰ শুভ উদ্বোধন কৰিলে অভিভাৱক মন্ত্ৰী পীয়ুষ হাজৰিকাই

অসম চৰকাৰৰ জলসম্পদ, তথ্য আৰু জনসংযোগ আৰু সংসদীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰী তথা বিশ্বনাথ জিলা প্ৰশাসনৰ অভিভাৱক মন্ত্ৰী  পীয়ুষ হাজৰিকাই মঙলবাৰে বিশ্বনাথ চাৰিআলি অসামৰিক চিকিৎসালয়ৰ...

ফটাশিল,আমিনগাঁওত আবকাৰী বিভাগৰ অভিযান : দেশী-বিদেশী সুৰা জব্দ,৩ জনক আটক

ক'ভিড কেন্দ্ৰীক ভয়াবহতা স্বত্তেও গুৱাহাটী মহানগৰীত একাংশ লোকে কৌশলৰে চলাই আছে দেশী - বিদেশী অবৈধ সুৰাৰ বেহা । এনে অবৈধ বেহা বন্ধ কৰিবলৈ   আবকাৰী...

গোলাঘাটত স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তৰ ক’ভিড প্ৰতিষেধক কেন্দ্ৰ পৰিদৰ্শন :পৰিস্থিতি সাপেক্ষে অধিক কঠোৰ হোৱাৰ ঘোষণা

গোলাঘাট জিলাৰ অভিভাৱক মন্ত্ৰী তথা ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই আজি জিলাখনৰ বিভিন্ন ক'ভিড প্ৰতিষেধক কেন্দ্ৰ পৰিদৰ্শন কৰে। দুপৰীয়াৰ ভাগত  উপস্থিত হোৱা ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে...

বিদ্যালয় একত্ৰীকৰণকলৈ পূব নলবাৰীৰ খাতা কেন্দ্ৰত জৰুৰী সভা

অসম চৰকাৰৰ শেহতীয়া এক সিদ্ধান্তৰ বাবে একাংশ ৰাইজৰ মাজত মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আধা কিল'মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত থকা যিবোৰ নিম্ন প্ৰাথমিক বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা...

Popular