Breaking

Browsing Category

মুখ্য-পৃষ্ঠা

বৃহত্তৰ বহুপথাৰ আঞ্চলিক সাহিত্য সন্মিলনীৰ উদ্যোগত আলোচনী আৰু কবিতা পুথি উন্মোচন

দেৰগাঁৱৰ সমীপবৰ্তী   বৃহত্তৰ বহুপথাৰ আঞ্চলৰ অগ্ৰণ  সাহিত্য অনুষ্ঠান বৃহত্তৰ বহুপথাৰ আঞ্চলিক সাহিত্য সন্মিলনীৰ উদ্যোগত  নামনি বহু পথাৰ মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰাংগনত গান্ধী জয়ন্তীৰ পবিত্ৰ দিনটোত এখনি গ্ৰন্থ উন্মোচনী সভা অনুষ্ঠিত হয়।
Read More...

ওদালগুৰিত গান্ধী জয়ন্তী পালন

ওদালগুৰি নগৰৰ অগ্ৰণী শিক্ষা প্ৰতিষ্ঠান গোলমাগাও উচ্চ মাধ্যমিক বিদ্যালয়তো ২অক্টোবৰত মহাত্মা গান্ধীৰ জন্মদিনটো গান্ধী জয়ন্তী হিচাপে উদযাপন কৰা হয়। আজি ৰাতিপুৱা ঌ বজাত বিদ্যালয়ৰ প্ৰধান শিক্ষক গোপাল চন্দ্ৰ ছেত্ৰীয়ে গান্ধীৰ
Read More...

মাজবাটৰ চিকাৰী দাঙাত প্ৰধান মন্ত্ৰীৰ জলজীৱন পানী আচনিৰ শুভ উদ্ধোধণ

২অক্টোবৰত  ওদালগুৰি জিলাৰ ভৈৰৱকুণ্ড বিটিচি পৰিষদীয় সমষ্টিৰ অন্তৰ্গত ২নং চিকাৰী দাঙা গাঁৱত প্ৰধানমন্ত্ৰী জলজীৱন পানী আচনিৰ শুভ উদ্ধোধন কৰে বিটিচিচিকাৰী দাঙা  পাচনৈ চেৰফাং পাৰিষদ  দীপক মৌৰে ৷ উক্ত শুভ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে ভাৰতীয়
Read More...

১৯৪২ৰ ঢেকিয়াজুলিৰ ছহিদ,মাজবাটৰ দয়াল দাস পাণিকাৰ প্ৰতিমূৰ্ত্তি নিৰ্মাণৰ প্ৰস্তূতি

অসম চৰকাৰৰ শ্ৰম কল্যাণ দপ্তৰৰ মন্ত্ৰী সঞ্জয় কিষাণ দেৱৰ নিৰ্দেশ মৰ্মে ২অক্টোবৰত ওদালগুৰি জিলাৰ মাজবাটৰ ৰৌতা গাঁওত উপস্হিত হয় বিশিষ্ট চিত্ৰ তথা ভাস্কৰ্য শিল্পী শিৱপ্ৰসাদ মাৰাৰ ৷১৯৪২ চনৰ  ভাৰত ত্যাগ আন্দোলনৰ ঢেকিয়াজুলিৰ এগৰাকী অন্যতম
Read More...

ৰাজনৈতিক ই-আলোচনীত সাংসদ দিলীপ শইকীয়াৰ দ্বিতীয় স্থান দখল

ৰাজনৈতিক ই-আলোচনী "ৰাজনীতি অসম" য়ে চলোৱা সমীক্ষা মতে ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক তথা মঙ্গলদৈ লোকসভা সমষ্টিৰ যুৱ সাংসদ শইকীয়াই দ্বিতীয় স্থান লাভ কৰিবলৈ সক্ষম হৈছে ।২০১৯ চনৰ নিৰ্বাচনত অসমৰ পৰা নিৰ্বাচিত হৈ
Read More...

মাজবাটত গান্ধী জয়ন্তী

দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ  জন্ম দিন উপলক্ষে পালন কৰি অহা ২০ দিনীয়া সেৱা সমৰ্পন কাৰ্যসূচীৰ লগত সংগতি ৰাখি   ২ অক্টোবৰ "গান্ধী" জয়ন্তীৰ দৰে গুৰুত্বপূৰ্ণ দিনত ভাৰতীয় জনতা পাৰ্টী পাচনৈ চেৰফাং মণ্ডল কমিটিৰ উদ্যোগত মাজবাট স্থিত  ভাৰত
Read More...

সুৰাপান কৰা প্ৰাক্তন- মিছ ইণ্ডিয়া প্ৰতিযোগী এতিয়া জনআদালতত

প্ৰাক্তন ফেমিনা মিছ ইণ্ডিয়া, 2016 ৰ ফাইনেলিষ্ট ৰাজকন্যা বৰুৱাক যোৱা নিশা সুৰাপান কৰি প্ৰায় নজন লোকক আঘাত কৰাৰ পিছত আদালতত হাজিৰ কৰোৱা হয় । ইভেণ্ট ষ্টাইলিষ্ট হিচাপে কাম কৰা ৰাজকন্যা বৰুৱাই যোৱা নিশা তাজ ভিভাণ্টাত এটা জন্মদিনৰ
Read More...

৩ আৰু ৪ অক্টোবৰৰ বাবে গুৱাহাটীত যান-বাহনৰ পথ পৰিৱৰ্তন জাৰী উপায়ুক্তৰ

দেওবাৰে গুৱাহাটী চহৰত ভাৰতৰ উপ-ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুৰ ভ্ৰমণৰ বাবে যান-বাহনৰ পথ সলনি কৰা হৈছে। গুৱাহাটীৰ যান-বাহন ৰবিবাৰৰ বাবে বিভিন্ন পথৰ বাবে পথ নিৰ্দেশনা জাৰি কৰা হৈছে আৰক্ষী উপায়ুক্তই। ৩৬ আৰু ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সকলো গধুৰ
Read More...

বিধায়ক শ্বেৰমানৰ গ্ৰেপ্তাৰক আদৰণি বিভিন্নজনৰ

আজি বিতৰ্কিত বিধায়ক শ্বেৰমান আলিৰ গ্ৰেপ্তাৰৰ পিছতে চৰকাৰৰ সিদ্ধান্তক আদৰণি জনাইছে ছহিদ দয়ানন্দ শৰ্মাৰ জ্যেষ্ঠ ভাতৃ ড' জয়নাথ শৰ্মাই।প্ৰাক্তনমন্ত্ৰী জয়নাথ শৰ্মাই কয় চৰকাৰৰ পদক্ষেপক মই আদৰনি জনাইছো।অপৰাধীক সদায় আইনগত শাস্তি প্ৰদান কৰিব
Read More...

অৱশেষত শ্বহীদক অপমান কৰা বাঘবৰৰ বিধায়ক শ্বেৰমান আলিক গ্ৰেপ্তাৰ

বিধায়ক শ্বেৰমান আলীয়ে অস্তিত্ব ৰক্ষাৰ আন্দোলনৰ শ্বহীদক অপমান কৰাত ৰাজ্যবাসী ক্ষোভত ফাটি পৰাৰ সময়তে অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে বিতৰ্কিত শ্বেৰমানক৷ বিধায়ক শ্বেৰমান আলীক বিধায়ক আৱাসৰ পৰা গ্ৰেপ্তাৰ কৰে গুৱাহাটী আৰক্ষীয়ে৷ শ্বহীদক অপমান কৰা
Read More...