Breaking

Browsing Category

মুখ্য-পৃষ্ঠা

ৰাষ্ট্ৰীয় পৰ্যায়ত স্বীকৃতি লাভ মাৰ্ঘেৰিটাৰ যুৱ সাংবাদিক বিকাশ বৰুৱাৰ

সমাজ জীৱনলৈ বিভিন্ন ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে ভাৰতৰ ভিন্ন প্ৰান্ত  ব্যক্তিক গ্ল'ৱেল চেম্বাৰ্চ অফ কৰ্মাৰ্চ ইণ্ডাষ্টিজ্ এণ্ড এগ্ৰিকালচাৰ (জিচিচিআইএ) নামৰ ৰাষ্ট্ৰীয় সন্থাটোৱে যোৱা ৩০ চেপ্তেম্বৰত "দীন দয়াল উপাধ্যায় লিডাৰশ্বিপ্"
Read More...

চাপৰত গান্ধী জয়ন্তী উদযাপন

আজি ২ অক্টোবৰ,গান্ধী জয়ন্তী।৷ চাপৰত গান্ধী জয়ন্তী উদযাপন।আনহাতে আন্তঃৰাষ্ট্ৰীয় অহিংসা দিৱসৰ লগত সংগতি ৰাখি এখন সভা আহ্বান কৰে।দেশজুৰি ভিন্ন কাৰ্যসূচীৰে জাতিৰ পিতাক স্মৰণ কৰিছে দেশবাসীয়ে ৷ মহামানৱ মহাত্মা গান্ধীৰ জন্মজয়ন্তী উপলক্ষে
Read More...

টংলা পৌৰ সভাৰ উদ্যোগত টংলাত সমূহীয়া চাফাই অভিযান

মহামানৱ মহাত্মা গান্ধীৰ ১৫২ সংখ্যক জন্ম জয়ন্তী উপলক্ষে আজি পুৱা ৯বজাৰ পৰা স্বচ্ছ ভাৰত মিছন (নগৰ),টংলা পৌৰ সভা ,হৰিশিঙা চক্ৰ বিষয়া কাৰ্যালয় আৰু জনস্বাস্থ্য কাৰীকৰি বিভাগ টংলা সংগমণ্ডলৰ যৌথ উদ্যোগত সামূহিক চাফাই অভিযানৰ অন্তত চাফাই মিত্ৰ
Read More...

ধুবুৰীত এগৰাকী চিত্ৰ শিল্পীয়ে ইলেকট্ৰনিক সামগ্ৰীৰে নিৰ্মাণ কৰি উলিয়াইছে এটা ব্যতিক্ৰমী প্ৰতিমা

 ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে ধুবুৰী জিলাৰ বিভিন্ন পূজা কমিটিৰ লগতে দিনে নিশাই প্ৰতিমা নিৰ্মাণত ব্যস্ত বিভিন্ন মৃৎ শিল্পী আৰু খনিকৰ সকল। সমান্তৰাল ভাৱে নিজৰ প্ৰতিভা প্ৰকাশকলৈ ব্যস্ত একাংশ চিত্ৰ শিল্পী। ধুবুৰীৰ এইগৰাকী বিশিষ্ট চিত্ৰ শিল্পীৰ
Read More...

প্ৰদেশ কংগ্ৰেছৰ মহাত্মা গান্ধী আৰু লাল বাহাদুৰ শাস্ত্ৰীৰ জন্ম জয়ন্তী উদযাপন

অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ মুখ্য কাৰ্যালয় ৰাজীৱ ভৱনত আজি মহামানৱ মহাত্মা গান্ধী আৰু লাল বাহাদুৰ শাস্ত্ৰীৰ প্ৰতিকৃতিত বন্তি প্ৰজ্বলনৰ লগতে পুষ্পাঞ্জলি প্ৰদানেৰে কাৰ্য্যসূচী আৰম্ভ কৰা হয়। ইয়াৰ পিছতে এক সৰ্বধৰ্ম প্ৰাৰ্থনা অনুষ্ঠিত কৰা হয়।
Read More...

লখিমপুৰত প্ৰাৰ্থনা আঁচনিৰ অধীনত আনুষ্ঠানিক চেক বিতৰণ

আজি, 2 অক্টোবৰ 21 তাৰিখে, লখিমপুৰৰ ডিচি কনফাৰেন্স হলত প্ৰাৰ্থনা আঁচনিৰ অধীনত হিতাধিকাৰীসকলক চেকৰ আনুষ্ঠানিক বিতৰণ অনুষ্ঠিত কৰা হয়। চাহ জনজাতি আৰু কল্যাণ মন্ত্ৰী আৰু লখিমপুৰ জিলাৰ অভিভাৱক মন্ত্ৰী শ্ৰী সঞ্জয় কিষাণে প্ৰাৰ্থনা আঁচনিৰ
Read More...

ৰঙীন হাতীৰ শোভাযাত্ৰাৰ সৈতে অসমত ৬৭ তম বন্যপ্ৰাণী সপ্তাহ আৰম্ভ

'সংৰক্ষণ বৃদ্ধিৰ বাবে বন্যপ্ৰাণী, পৰিৱেশৰ প্ৰতি প্ৰেমৰ বাৰ্তা প্ৰচাৰ কৰক', মন্ত্ৰী সুক্লাবাইদ্য । পৰিৱেশ আৰু বন, মীন পালন আৰু আবকাৰী মন্ত্ৰী পৰিমল সুক্লাবাইদ্যই বন বিষয়াসকলক বন্যপ্ৰাণী আৰু সামগ্ৰিকভাৱে পৰিৱেশৰ প্ৰতি থকা প্ৰেমৰ বাৰ্তা
Read More...

জাতিৰ পিতাক স্মৰণ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ

জন্ম জয়ন্তীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জাতিৰ পিতাক স্মৰণ কৰি কয় যে গান্ধীজীয়ে আমাক আত্মনিৰ্ভৰশীল হোৱাৰ গুণাগুণ শিকাইছিল। আমি তেওঁৰ অৰ্থনৈতিক দৰ্শন, প্ৰগতিৰ এক নিশ্চিত মন্ত্ৰ অনুসৰণ কৰি থাকিব লাগিব। আজি অসম খাদী আৰু ভিলেজ
Read More...

ক’ভিডত মৃত ব্যক্তিৰ পৰিয়ালবৰ্গলৈ প্ৰাৰ্থনা আঁচনিৰ এক লাখ টকাৰ আৰ্থিক সাহাৰ্য

ক’ভিডত মৃত্যুক সাৱটি লোৱা ব্যক্তিৰ পৰিয়ালবৰ্গলৈ আৰ্থিক সকাহ প্ৰদানৰ উদ্দেশ্যে অসম চৰকাৰৰ প্ৰাৰ্থনা আঁচনিৰ অন্তৰ্গত শনিবাৰে দ্বিতীয় পৰ্যায়ত কামৰূপ মহানগৰ জিলাৰ ৬০ জন হিতাধিকাৰীক এক লাখ টকাকৈ চেক বিতৰণ কৰা হয়। জিলা উপায়ুক্তৰ
Read More...

ছাত্ৰৰ ৰূপত শিক্ষামন্ত্ৰী ডা: ৰণোজ পেগু

শিক্ষা মন্ত্ৰী ৰনোজ পেগুৱে আনুস্থানিকভাবে নামভৰ্ত্তি কৰে সংস্কৃত ভাষাৰ এটা দুবছৰীয়া পাঠ্যক্ৰমত।এই নামভৰ্তি অনুস্থানত উপস্থিত থাকে সংস্কৃত ভাৰতী উত্তৰ পূৰ্বাঞ্চল (ট্ৰাষ্ট)ৰ অধ্যক্ষ উদয় আদিত্য গোস্বামী,সংস্কৃত ভাৰতী (অসম প্ৰান্ত)ৰ সাংগঠনিক
Read More...