মুখ্য-পৃষ্ঠা

অসম লোকসেৱা আয়োগৰ পৰীক্ষাত অসম প্ৰশাসনিক সেৱাত সাধাৰণ পৰিয়ালৰ যুৱক ৰাকেশৰ সফলতা : নগাঁৱত আনন্দৰ বন্যা : স্বচ্ছ-নিকা নিযুক্তিৰ বাবে মুখ্যমন্ত্ৰীক ধন্যবাদ জনালে পৰিয়ালৰ...

নগাঁও, ২৫ডিচেম্বৰ : সদ্যঘোষিত অসম লোকসেৱা আয়োগৰ পৰীক্ষাত অসম প্ৰশাসনিক সেৱাত ১০৩ নম্বৰ স্থানৰে উজ্বলিল নগাঁৱৰ ৰাকেশ কুমাৰ ঠাকুৰ। নগাঁও চহৰৰ হয়বৰ গাঁৱৰ ৰাকেশ...

গৰৈমাৰীৰ বাতাহিদিয়াত শৈক্ষিক সজাগতা সভা

সোণতলী, ২৫ ডিচেম্বৰ : দক্ষিণ কামৰূপ জিলাৰ ছয়গাঁও সমষ্টিৰ অন্তৰ্গত বাতাহিদিয়া চৰ আঞ্চলিক জাতীয় বিদ্যালয় প্ৰাংগনত আজি দিনযোৰা কাৰ্যসূচীৰে এখনি শৈক্ষিক সজাগতা সভা অনুষ্ঠিত...

৩০ ডিচেম্বৰত বিজুলী ভৱন ঘেৰাও কৰিব বিদুৎ বিভাগৰ অস্থায়ী কৰ্মচাৰীয়ে : চাকৰি নিয়মীয়াকৰণৰ দাবী

জামুগুৰিহাট, ২৫ডিচেম্বৰ : অসম শক্তি খণ্ডত অস্থায়ী ভাৱে কৰ্মৰত একাংশ কৰ্মচাৰীৰ চাকৰি নিয়মীয়াকৰণ বাবে নিৰ্বাচিত হৈও আজি ১০ মাহে বিভাগে নিয়মীয়াকৰণ নকৰাৰ প্ৰতিবাদত অহা...

কাইলৈ গুৱাহাটীত উপস্থিত হ’ব অমিত শ্বাহ : গুৱাহাটীৰ দ্বিতীয়খন চিকিৎসা মহাবিদ্যালয় আৰু আইন মহাবিদ্যালয়ৰ আধাৰশিলা

শনিবাৰে পুৱা ১১ বজাত গুৱাহাটীত উপস্থিত হ’ব কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ । আমিন গাঁৱত ৮ হাজাৰ নামঘৰলৈ বিতৰণ কৰিব সাহায্য। গুৱাহাটী স্থাপন হ'বলগীয়া...

টংলাৰ সাংস্কৃতিক কৰ্মী, অভিনেতা পবিত্ৰ ৰাভালৈ সদৌ অসম ছাত্ৰ-সন্থাৰ প্ৰতিমা বৰুৱা পাণ্ডে বটাঁ : টংলা আছুৰ লগতে বিভিন্ন সংগঠনৰ শুভেচ্ছা

টংলা, ২৫ ডিচেম্বৰ : অসমৰ সাংস্কৃতিক জগত তথা অসমীয়া চলচ্চিত্ৰ জগতৰ বিশিষ্ট অভিনেতা পবিত্ৰ ৰাভালৈ সদৌ অসম ছাত্র- সন্থাৰ বিশেষ সন্মান।প্ৰতি বছৰে  সদৌ অসম...

Popular