মুখ্য-পৃষ্ঠা

নলবাৰীৰ দুই আদৰ্শ কৃষকলৈ ভাৰতীয় কৃষি অনুসন্ধান পৰিষদৰ বঁটা।

নলবাৰী : কোৰোনা মহামাৰীৰ মাজতে নলবাৰীৰ বাবে এটা ভাল খবৰ। কৃষি কৰ্মৰ জড়িয়তে নলবাৰীৰ দুই কৃৃষকে লাভ কৰিলে পুৰস্কাৰ। নতুন দিল্লীৰ ভাৰতীয় কৃষি অনুসন্ধান...

কৰোনা ভাইৰাছৰ বিৰুদ্ধে যুদ্ধত সহায়ক হ’ব পাৰে শগুণী লতা ।

দৈনন্দিন বাৰ্তা ডিজিটেল ডেস্কঃ কৰোনা মহামাৰীৰ সময়ত শৰীৰৰ ৰোগ প্ৰতিৰোধক ক্ষমতা বঢ়াবলৈ বহু স্বাস্থ্য বিশেষজ্ঞই বিভিন্ন ধৰণৰ সামগ্রী ব্যবহাৰৰ বিষয়ে উল্লেখ কৰাৰ সময়ত ছচিয়েল...

মাজুলীত পলসৰ উদ্যোগত “অমৰেন্দ্ৰ বৰুৱা সোঁৱৰণী” ৰচনা প্ৰতিযোগিতাৰ ফলাফল ঘোষণা।

উজনি-মাজুলী : মাজুলীৰ যুৱ কবি-সাংবাদিক পাপু বৰাৰ দ্বাৰা সম্পাদিত আৰু প্ৰকাশিত কাব্যালোচনী পলসৰ উদ্যোগত আয়োজিত 'অমৰ শিশুপ্ৰাণ' অমৰেন্দ্ৰ বৰুৱা সোঁৱৰণী ৰচনা প্ৰতিযোগিতাৰ ফলাফল আজি...

লাডাখত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং : প্ৰতিপক্ষ যিমানেই শক্তিশালী নহওক, ভাৰতৰ এক ইঞ্চি মাটি কোনেও কাঢ়ি নিব নোৱাৰে ৷

দৈনন্দিন বাৰ্তা ডেস্ক : প্ৰতিপক্ষ যিমানেই শক্তিশালী হওক কিয় ভাৰতৰ এক ইঞ্চি মাটি কোনেও কাঢ়ি নিব নোৱাৰে৷ লাডাখ সীমান্তত চীনৰ সৈতে সংঘাতক লৈ এইবাৰ এনেদৰে...

উচ্চতম ন্যায়ালয়ত শপতনামা উত্তৰ প্ৰদেশৰ আৰক্ষী সঞ্চালক প্ৰধানৰ : ভূৱা এনকাউণ্টাৰত মৃত্যু হোৱা নাই দুৰ্ধৰ্ষ অপৰাধী বিকাশ ডুবে ৷

দৈনন্দিন বাৰ্তা ডেস্ক : ভূৱা এনকাউণ্টাৰত মৃত্যু হোৱা নাই দুৰ্ধৰ্ষ অপৰাধী বিকাশ ডুবে৷ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ আৰু আইন মানি প্ৰশাসনে কাম কৰিছে ৷ শুকুৰবাৰে উচ্চতম...

Popular