মুখ্য-পৃষ্ঠা

বিশিষ্ট সমাজকৰ্মী, অভিনেতা , শিক্ষক যতীন্দ্ৰনাথ নেওগৰ মৃত্যু ।

পংকজ কুমাৰ দাস,পশ্চিম যোৰহাট যোৰহাট বৰখঙীয়া গাঁৱৰ নিবাসী তথা বিশিষ্ট সমাজকৰ্মী , সু-বক্তা , অভিনেতা, শিক্ষক যতীন্দ্ৰনাথ নেওগৰ যোৱা নিশা প্ৰায় ডেৰ বজাত নিজা বাসগৃহত...

দৰিদ্ৰতাকো নেওচি সুখ্যাতিৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা টীয়কৰ ঋতুপৰ্ণ শইকীয়াৰ পঢ়াৰ সম্পূৰ্ণ দায়িত্ব গ্ৰহণ কৰিব টীয়ক প্ৰেছ ক্লাৱে ।

টীয়কৰ পৰা অঞ্জন প্ৰকাশ : দৰিদ্ৰতা আৰু অভাৱ  যে মানুহৰ সোণালী দিনৰ বাটত অন্তৰাই নহয় সেই কথা আজি সত্য প্ৰমানিত হয় টীয়কত৷ যোৱা কলি ঘোষিত...

জম্মু-কাশ্মীৰত নিহত ৩ উগ্ৰপন্থী ।

দৈনন্দিন বাৰ্তা নেচনেল ডেস্ক জম্মু-কাশ্মীৰৰ ছোপিয়ান এলেকাত উগ্ৰপন্থীৰ বিৰুদ্ধে চিআৰপিএফ, ভাৰতীয় সেনা আৰু জম্মু-কাশ্মীৰ আৰক্ষীয়ে চলোৱা অভিযানত তিনিটা সন্ত্ৰাসবাদী নিহত হয়৷ ছঘণ্টা ধৰি হোৱা অভিযানত...

কাৰ্বিআংলং আৰক্ষীৰ উগ্ৰপন্থী বিৰোধী অভিযান : পি ডি চি কে ৰ গৃহ সচিবসহ ৪ দুৰ্ধৰ্ষ কেডাৰ আৰক্ষীৰ জালত ।

বোকাজান  "উগ্ৰপন্থীয়ে হাতত অস্ত্ৰ তুলি ললে অসম আৰক্ষীয়ে তাৰ যোগ্য প্ৰত্যুত্তৰ দিবলৈ সদা প্ৰস্তুত " আছে বুলি যোৱা ৩ মে তাৰিখে কাৰ্বিআংলং জিলা সদৰ ডিফুত...

মগজুৰ জটিল অষ্ট্ৰোপচাৰ, শাৰীৰিক বাধাগ্ৰস্ততাক নেওচি মাতৃ-আইতাকৰ মুখত হাঁহি বিৰিঙালে।

নগাঁও জন্মৰ পূৰ্বেই নিষ্ঠুৰ নিয়তিয়ে কাঢ়ি নিছিল পিতৃক। জন্মৰ পৰাই নাছিল শ্ৰৱণ শক্তি। কিন্তু তথাপিও যেন আছিল জীৱন সংগ্ৰামত জয়ী হোৱাৰ দুৰ্বাৰ হেঁপাহ।  শ্ৰৱণ...

Popular