মুখ্য-পৃষ্ঠা

ডিষ্টিংচন নম্বৰ পাই উজলিল সোণতলীৰ তিনিগৰাকী ছাত্ৰ-ছাত্ৰী৷ আৰ্থিক অনাটনত মৰহি যাব নেকি আশ্ৰাফুল, ইলিয়াচ আৰু খাদিজাৰ সপোন !

সোণতলী আজি ঘোষিত হল হাইস্কুল শিক্ষান্ত আৰু হাই মাদ্ৰাছা পৰীক্ষা ফলাফল৷ দক্ষিণ কামৰূপৰ অতিকৈ পিছপৰা অঞ্চলৰ দৰিদ্ৰ পৰিয়ালৰ এগৰাকী ছাত্ৰই ৯৪. ৫ ‌শতাংশ নম্বৰ...

১৪ অক্টোবৰৰ পৰা ইউপিএছছি পৰীক্ষা ।

গুৱাহাটী চলিত বছৰৰ ইউপিএছছি পৰীক্ষাৰ দিন আজি ঘোষণা কৰে৷ ইউপিএছছিৰ চিভিল ছাৰ্ভিচৰ প্ৰিলিমিনেৰী বা প্ৰাৰম্ভিক পৰীক্ষা অহা ১৪ অক্টোবৰত অনুষ্ঠিত হ’ব৷ চিভিল ছাৰ্ভিচ মেইন অৰ্থাৎ...

কাকপথাৰৰ বিভিন্ন ঠাইত বিশ্ব পৰিবেশ দিৱসত গছ পুলি ৰোপন ।

ডিৰাক সীমান্ত আৰু কাকপথাৰ।  বিশ্ব পৰিবেশ দিৱসৰ লগত সংগতি ৰাখি আজি বৃহত্তৰ কাকপথাৰ অঞ্চলটোত জন প্ৰতিনিধি, সামাজিক দল সংগঠন, যুৱক সংঘৰ লগতে শিক্ষানুষ্ঠান, প্ৰকৃতিপ্ৰেমী সংগঠন...

টীয়কত শিল্পী সাংস্কৃতিক কৰ্মীলৈ কৃতজ্ঞতামূলক সাহায্য প্ৰদান ।

টীয়কৰ পৰা অঞ্জন প্ৰকাশ । সাম্প্ৰতিক পৰিস্থিতিৰ সন্মুখীন হৈ শিল্পজীৱী বৰেণ্য ব্যক্তি সকল আৰ্থিক সংগ্ৰামৰ সন্মুখীন হৈছে । এই সময়ত সাংস্কৃতিক কৰ্মী তথা শিল্পীসকলে সমাজলৈ...

বিশ্ব পৰিৱেশ দিৱসৰ কাৰ্যসূচীত অংশ ল’লে মুখ্যমন্ত্ৰীয়ে। ৰাজ্যখনৰ জৈৱ-বৈচিত্ৰ সংৰক্ষণ আৰু গছপুলি ৰোপণৰ বাবে সংকল্পৱদ্ধ হ’বলৈ জনসাধাৰণক মুখ্যমন্ত্ৰীৰ আহ্বান ।

দিছপুৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ক’ভিড-১৯ অতিমাৰীৰ মাজতে অত্যন্ত সীমাৱদ্ধতাৰ মাজেৰে ৰাণী সংৰক্ষিত বনাঞ্চলৰ চকৰ্দোত আয়োজিত বিশ্ব পৰিৱেশ দিৱসৰ কাৰ্যসূচীত অংশ গ্ৰহণ কৰি বন আৰু...

Popular