মুখ্য-পৃষ্ঠা

জামুগুৰিহাটত পূৰ্ৱৰ সাফল্যৰ ধাৰা অব্যাহত ।

জামুগুৰিহাট : আজি ঘোষণা কৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলত পূৰ্ৱৰ সাফল্যৰ ধাৰা অব্যাহত ৰাখিবলৈ সক্ষম হৈছে জামুগুৰিহাটৰ জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু জামুগুৰি...

স্থানপ্ৰাপ্ত ছাত্র-ছাত্ৰীলৈ আমছুৰ শুভেচ্ছা ।

দলগাও : সদ্য প্ৰকাশিত উচ্চতৰ মাধ্যমিক কলা, বিজ্ঞান আৰু বাণিজ্য শাখাৰ  চূড়ান্ত পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হোৱা সমূহ শিক্ষাৰ্থীসকললৈ সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৱে অভিনন্দন...

উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ কলা শাখাত প্ৰথম স্হান দখলৰে নগাঁও জিলালৈ গৌৰৱ কঢ়িয়াই আনিলে ৰামানুজনৰ শ্ৰদ্ধা বৰগোহাঁয়ে ।

নগাঁও : কঠোৰ পৰিশ্ৰম, কতৰ্ব্যনিষ্ঠা আৰু সততাৰে ভগৱানৰ ওপৰত বিশ্বাস ৰাখি কৰ্ম কৰিলে এশ শতাংশই যে সফলতা লাভ কৰিব পাৰি তাকে প্ৰমাণ কৰি দেখুৱালে নগাঁও জিলাৰ কামপুৰৰ...

নাজিৰাৰ ধিতাইপুখুৰী বাকচু কোচ গাঁৱলৈ গৌৰৱ কঢ়িয়াই আনে উদীতা ঈশানী কাকতীয়ে : ৰামানুজন জুনিয়ৰ কলেজৰ পৰা সপ্তম স্হান লাভ ।

নাজিৰা: নাজিৰাৰ সমীপৰ ধিতাইপুখুৰী বাকচু কোছ গাঁৱৰ ত উখল মাখল পৰিবেশ ৷আজি ঘোষিত উচ্চতৰ মাধ্যমিক কলা শাখাত অসমৰ ভিতৰত ৰামানুজন জুনিয়ৰ কলেজৰ পৰা পৰীক্ষা দি...

দিখৌ নদীৰ বাঢ়নি পানীত সলিল সমাধি ঘটা দুটা পৰিয়ালক ৪ লাখ টকাকৈ সাহাৰ্য ৰাজ্যিক দূৰ্যোগ ব্যৱস্থাপনা বিভাগৰ।

নাজিৰা : দিখৌ নদীৰ বাঢ়নি পানীত সলিল সমাধি ঘটা শিৱসাগৰ জিলাৰ দুটা পৰিয়ালক ৪ লাখ টকাকৈ অৰ্থ সাহাৰ্য আগবঢ়াইছে অসম চৰকাৰৰ ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা...

Popular