মুখ্য-পৃষ্ঠা

Ministers Face Criminal Cases: ভাৰতৰ আধা সংখ্যক মন্ত্ৰীয়েই সন্মুখীন হৈছে অপৰাধমূলক গোচৰৰঃ ভাৰতৰ আটাইতকৈ ধনী মন্ত্ৰী ড° চন্দ্ৰ ছেখৰ পেম্মাছানীৰ সম্পত্তিৰ পৰিমাণ ৫,৭০৫ কোটি...

Ministers Face Criminal Cases: ভাৰতৰ আধা সংখ্যক মন্ত্ৰীয়েই সন্মুখীন হৈছে অপৰাধমূলক গোচৰৰঃ ভাৰতৰ আটাইতকৈ ধনী মন্ত্ৰী ড° চন্দ্ৰ ছেখৰ পেম্মাছানীৰ সম্পত্তিৰ পৰিমাণ ৫,৭০৫ কোটি টকা

Afghanistan Earthquake: আফগানিস্তানত ভূমিকম্পত নিহতৰ সংখ্যা ২,২০০ লৈ বৃদ্ধিঃ দেখা দিছে সাহায্যৰ সংকটে

Afghanistan Earthquake: আফগানিস্তানত ভূমিকম্পত নিহতৰ সংখ্যা ২,২০০ লৈ বৃদ্ধিঃ দেখা দিছে সাহায্যৰ সংকটে

National Teacher Awards 2025: ২০২৫ চনৰ ৰাষ্ট্ৰীয় শিক্ষক বঁটাৰ বাবে উত্তৰ পূৰ্বাঞ্চলৰ ৯ গৰাকী শিক্ষক নিৰ্বাচিতঃ অসমৰ ডিব্ৰুগড়ৰ দেৱজিৎ ঘোষ নিৰ্বাচিত

National Teacher Awards 2025: ২০২৫ চনৰ ৰাষ্ট্ৰীয় শিক্ষক বঁটাৰ বাবে উত্তৰ পূৰ্বাঞ্চলৰ ৯ গৰাকী শিক্ষক নিৰ্বাচিতঃ অসমৰ ডিব্ৰুগড়ৰ দেৱজিৎ ঘোষ নিৰ্বাচিত

Teacher’s Day: নলবাৰীৰ বৰক্ষেত্ৰীৰ জয়সাগৰৰ শিক্ষক পিংকু মণি ৰায় চৌধুৰী ঘৰলৈ শিক্ষাৰ্থীৰ সোঁত

আজি শিক্ষক দিৱস। (Teacher's Day)শিক্ষক দিৱসৰ এই পবিত্ৰ দিনটোতেই স্থানীয় জয়সাগৰস্থিত শঙ্কৰ মাধৱ হাইস্কুলৰ শিক্ষক পিংকু মণি ৰায় চৌধুৰীক অঞ্চলটোৰ জয়সাগৰ, কেকানকুছি, কুটনিকুছি চাউলখোৱা, আহটা, বাকৰিকুছি নাৰুৱা আদি অঞ্চলৰ শিক্ষাৰ্থীসকলে শিক্ষকগৰাকীৰ নিজ গৃহলৈ আহি শিক্ষকগৰাকীৰ চৰণ চুই আশীৰ্বাদ লোৱাৰ লগতে শিক্ষকগৰাকীক সম্বৰ্ধনা জ্ঞাপন কৰে।

Nepal Social Media Ban: ফেচবুক, এক্স, ইউটিউবৰ লগতে ২৩টা ছ’চিয়েল মিডিয়া প্লেটফৰ্ম নিষিদ্ধ!

ফেচবুক, এক্স, (Nepal Social Media Ban) ইউটিউবৰ লগতে আন ২৩টা ছ’চিয়েল মিডিয়া প্লেটফৰ্ম নিষিদ্ধ ঘোষণা। তথ্য আৰু প্ৰযুক্তি মন্ত্ৰালয়ে ফেচবুক, ইনষ্টাগ্ৰাম, এক্সকে ধৰি ডাঙৰ ডাঙৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্মত নিষেধাজ্ঞা আৰোপ কৰিছে। বৃহস্পতিবাৰৰ মাজনিশাৰ পৰা কাৰ্যকৰী হৈছে এই নিষেধাজ্ঞা নেপালত।

Popular