মুখ্য-পৃষ্ঠা

BJP MP Nishikant Dubey: ২০২৫ চনৰ ভিতৰতে পাকিস্তান ৪টা ভাগত খণ্ড-বিখণ্ড হৈ পৰিব

বিজেপিৰ সংসদ সদস্য নিশিকান্ত ডুবেই ২০২৫ চনৰ শেষৰ(BJP MP Nishikant Dubey)ফালে পাকিস্তানৰ দেশ হিচাপে অস্তিত্ব নোহোৱা হ’ব বুলি দাবী কৰিছে৷

India-France sign deal Rafale-M for Navy: পেহেলগাম নৰসংহাৰৰ পিছতে নৌসেনাৰ শক্তি বৃদ্ধি কৰিবলৈ ফান্সৰ পৰা ২৬খন ৰাফেল ক্ৰয়ৰ চুক্তিত স্বাক্ষৰ ভাৰতৰ

পেহেলগাম নৰসংহাৰৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰই ভাৰতীয়(India-France sign deal Rafale-M for Navy) নৌসেনাক শক্তিশালী কৰাৰ বাবে এক বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে৷

Himanta Biswa Sarma: বিস্ফোৰক মন্তব্য মুখ্যমন্ত্ৰীৰঃ কংগ্ৰেছৰ শাসন কালত চাকৰিৰ নামত টকা-পইচাৰে লেনদেন হৈছিল, পাকিস্তানৰ সম্পৰ্কৰ প্ৰসংগত গৌৰৱ গগৈয়ে উত্তৰ নিদিলে চৰকাৰে সুধিব

কংগ্ৰেছৰ শাসন কালত চাকৰিৰ নামত টকা-পইচাৰ লেনদেন হৈছিল৷(Himanta Biswa Sarma) চাকৰিৰ নামত ছোৱালীয়ে নকৰিবলগীয়া কাম কৰিছিল কংগ্ৰেছৰ শাসন কালত৷

Jammu and Kashmir tourist sites shut: জম্মু-কাশ্মীৰত বন্ধ হৈছে বহু পৰ্যটনস্থলী, ৰিজৰ্ট

পেহেলগামৰ নৰসংহাৰৰ পাছতে জম্মু-কাশ্মীৰ চৰকাৰৰ ডাঙৰ সিদ্ধান্ত।(Jammu and Kashmir tourist sites shut) জম্মু-কাশ্মীৰত বন্ধ হৈ পৰিছে ৪৮ টাকৈ সুন্দৰ পৰ্যটনস্থলী। বন্ধ হৈছে ৰিজৰ্ট।

Vitamin: শৰীৰত কি ভিটামিনৰ অভাৱ হ’লে মানুহৰ পুৰণি ঘাঁ ভাল নহয় ?

শৰীৰৰ লগত জড়িত সাধাৰণ কিছুমান কথা মানুহে জনাটো অতি গুৰুত্বপূৰ্ণ। ভিটামিনৰ অভাৱ হ’লে শৰীৰত পাৰ্শ্বক্ৰিয়া দেখা দিবলৈ আৰম্ভ কৰে। কোনটো ভিটামিনৰ অভাৱত কি হয় জানো আহক।(Vitamin)

Popular