মুখ্য-পৃষ্ঠা

Tuesday Hanuman: মঙলবাৰে এই ৭টা কাম নকৰিব, হনুমানৰ খং উঠিব; জীৱনটো অশান্তিৰে আগুৰিব !

মঙলবাৰৰ দিনটো ভগৱান হনুমানৰ নামত উচৰ্গা কৰা হয়। মঙলবাৰে হনুমানক সম্পূৰ্ণ ৰীতি-নীতিৰে পূজা কৰিব লাগে। এনে কৰিলে জীৱনৰ বিপদবোৰ আঁতৰি যায়। মঙলবাৰে কি কৰিব নালাগে জানো আহক।(Tuesday Hanuman)

Kalingapariya Shakha Sahitya Sabha: সেউজ প্ৰাকৃতিক পৰিৱেশৰ মাজত সাহিত্য-সংস্কৃতিৰ সুবাস, গোমোঠাগাঁৱত ‘কলংপৰীয়া শাখা সাহিত্য সভা’ৰ ‘সাহিত্যৰ মৌপান চোতালে চোতালে’

এক মনোৰম প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ পৰিৱেশত(Kalingapariya Shakha Sahitya Sabha) দেওবাৰে বিয়লি সাহিত্যৰ সুবাস বুটলিবলৈ সমবেত হ'ল অজস্ৰ সাহিত্যানুৰাগী।

Vaibhav Suryavanshi: মুখে মুখে ১৪ বছৰীয়া বৈভৱৰ নাম…

IPLৰ ইতিহাসত শতক অৰ্জনকাৰী সৰ্বকালৰ কনিষ্ঠতম খেলুৱৈ হিচাপে পৰিণত বৈভৱ সূৰ্যবংশী।(Vaibhav Suryavanshi)বৈভৱ সূৰ্যবংশীৰ বয়স ১৪ বছৰ ৩২ দিন।

কামাখ্যাৰাম বৰুৱা ছোৱালী মহাবিদ্যালয়ত শিক্ষক-অভিভাৱক সম্মিলন ।Kamakhya Ram Barooah Girls College

কামাখ্যাৰাম বৰুৱা ছোৱালী মহাবিদ্যালয়ত শিক্ষক-অভিভাৱক সম্মিলন ।Kamakhya Ram Barooah Girls College

Assam Speed Skating: দ্বিতীয় উজনি অসম স্পীড স্কেটিং চেম্পিয়নশ্বিপ, ২০২৫ সফলতাৰে সমাপ্তি

উজনি অসমৰ বিভিন্ন জিলা আৰু তথা স্কুলৰ ১৫০ জনতকৈও অধিক প্ৰতিযোগিয়ে অংশগ্ৰহণ কৰা প্ৰতিযোগিতাখন শুভাৰম্ভ কৰে, উজনি অসম স্পীড স্কেটিং চেম্পিয়নশ্বিপৰ সম্পাদক দ্বিজেশ শৰ্মাই।(Assam Speed Skating)

Popular