মুখ্য-পৃষ্ঠা

“সকলো পাকিস্তানীক চিনাক্ত কৰক” — সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰীৰে গৃহমন্ত্ৰী অমিত শ্বাহৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা । Amit Shah

“সকলো পাকিস্তানীক চিনাক্ত কৰক” — সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰীৰে গৃহমন্ত্ৰী অমিত শ্বাহৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা । Amit Shah

Pahalgam terror attack: কাশ্মীৰৰ ঘটনাক লৈ উত্তাল দেশ-বিদেশঃ ছত্তীশগড়ত যুদ্ধসদৃশ পৰিৱেশ

কাশ্মীৰৰ পেহেলগামৰ ঘটনাক লৈ উত্তাল হৈ আছে দেশ-বিদেশ৷(Pahalgam terror attack) এনে সময়তে দেশৰ ‘বৃহত্তম’ মাওবাদী দমন অভিযান চলিছে ছত্তীশগড়ত৷ ৰাজ্যখনত ২০ হাজাৰ নিৰাপত্তাৰক্ষীয়ে ঘেৰাও কৰিছে ১০০০ মাওবাদীক৷

Pahalgam terror attack:পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ কূটনৈতিক যুদ্ধ, বন্ধ কৰিলে পানী-সীমান্ত; পাক নাগৰিকৰ ভিছা

পাকিস্তানৰ বিৰুদ্ধে ভাৰতে সম্প্ৰতি সামৰিক শক্তিৰে যুদ্ধ নকৰি কূটনৈতিক যুদ্ধ আৰম্ভ কৰিছে৷(Pahalgam terror attack)শেহতীয়াকৈ পেহলগামৰ সন্ত্ৰাসবাদীৰ বৰ্বৰ আক্ৰমণত চ্ছজন লোকৰ প্ৰাণহানি হোৱাৰ পিছতে কঠোৰ স্থিতি গ্ৰহণ কৰিছে ভাৰত চৰকাৰে৷

Pahalgam Attack: এজন এজনকৈ ঢলি পৰিছিল পৰ্যটক, ওচৰৰ পৰাই মৃত্যু দেখিছিলোঃ পেহেলগামৰ পৰা উভতি অহা পৰ্যটকৰ লোমহৰ্ষক বিৱৰণ

মৃত্যুক নিচেই ওচৰৰ পৰা দেখাৰ অভিজ্ঞতা বৰ্ণনা কৰি কঁপি(Pahalgam Attack) উঠিছিল কোমল ছোনীৰ হৃদয়৷ দুমাহমান আগতে মিহিৰ ছোনীৰ লগত তেওঁৰ বিয়া হৈছিল৷

Egg Mayonnaise নিষিদ্ধঃ কিয় নিষিদ্ধ কৰা হ’ল?

বৰ্তমান Mayonnaise বিশ্বব্যাপী ফাষ্ট ফুড ৰেচিপিৰ এক গুৰুত্বপূৰ্ণ উপাদান হৈ পৰিছে। কিন্তু কেঁচা কণীৰ পৰা তৈয়াৰ কৰা Mayonnaise ও স্বাস্থ্যৰ বাবে গুৰুতৰ বিপদৰ সৃষ্টি কৰিব পাৰে।(Egg Mayonnaise)

Popular