মুখ্য-পৃষ্ঠা

Manoj Kumar: বৃদ্ধ কালত হৃদৰোগে মানুহক কিয় আমনি কৰে ? মনোজ কুমাৰৰ মৃত্যুৰ আঁৰৰ কাৰণ

দশক দশক ধৰি চিনেমা হলত দপদপাই থকা মনোজ কুমাৰে ৮৭ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে। (Manoj Kumar)বহু বিখ্যাত ছবিত কাম কৰা প্ৰবীণ অভিনেতা মনোজ কুমাৰৰ মৃত্যু।

Roha News: প্ৰতিধ্বনি শুনো আমি প্ৰতিধ্বনি শুনো

ৰহা উচ্চতৰ মাধ্যমিকৰ আমি বহা বেঞ্চবোৰত যেন ৪৫বছৰ আগৰ আমি কিশোৰ-কিশোৰী।(Roha News) স্মৃতিৰ দাপোনত উজলিছিল আমাৰ শ্ৰেণীকোঠা।

Almond: গ্ৰীষ্মকালত কিয় খাব নালাগে আলমণ্ড ?

আলমণ্ডৰ গৰম প্রকৃতি আছে, সেয়েহে শীতকালত ইয়াক খোৱা হয় আলমণ্ড। কিন্তু গ্ৰীষ্মকালত আলমণ্ড খাব লাগে নে নাখাব লাগে সেই বিষয়ে বহুতে বিভ্ৰান্তি কৰিছে ! (Almond)

Donald Trump: ট্ৰাম্পৰ নীতিয়ে আমেৰিকানসকলৰ পকেট জ্বলাইছে !

ড’নাল্ড ট্ৰাম্পৰ শুল্ক প্ৰভাৱ ফল-মূল আৰু শাক-পাচলি, ৱাইনৰ পৰা আৰম্ভ কৰি কফিলৈকে ট্ৰাম্পৰ শুল্কৰ বাবে আমেৰিকানসকলে অধিক দামত কিনিবলগীয়া হ’ব পাৰে?(Donald Trump)

Waqf Bill: লোকসভাৰ পাছত ৰাজ্যসভাতো ৱাকফ সংশোধনী বিধেয়ক গৃহীত, ৱাকফ বিধেয়কক লৈ কি ক’লে প্ৰধানমন্ত্ৰীয়ে ?

সংসদত ৱাকফ বিধেয়ক গৃহীত হোৱাৰ সময়তে প্ৰধানমন্ত্ৰী মোদীয়ে কয় বুধবাৰে লোকসভাত গৃহীত হোৱাৰ পিছত বৃহস্পতিবাৰে গভীৰ নিশা সংসদৰ উচ্চ সদন ৰাজ্যসভাত ৱাকফ (সংশোধনী) বিধেয়ক, ২০২৫ গৃহীত হয়। ফলত বিধেয়কখন আইনত পৰিণত হোৱাটো সময়ৰ কথা।(Waqf Bill)

Popular