Breaking

Browsing Category

মুখ্য-পৃষ্ঠা

৩৫ বছৰে এক লাখৰো অধিক মৃতদেহ কটা নগাঁৱৰ দ্বীপলালৰ জীৱন গাঁথা

৩৫ বছৰে মই প্ৰায় এক লাখৰো অধিক মৃতদেহ প'ষ্টমৰ্টেম কৰিবলৈ কাটিছো। কিন্তু, যেতিয়াই কোনো শিশুৰ মৃতদেহ প'ষ্টমৰ্টেম কৰিবলৈ প'ষ্টমৰ্টেম টেবুলত থৈ হাতত ছাৰ্জিকেল ব্লেডখন তুলি লওঁ তেতিয়াই মোৰ হাত কঁপি উঠে। দুচকু সেমেকি উঠে। বৰ দুখ লাগে। হৃদয়ৰ
Read More...

নব্বৈ দশকতে শিল-বালিৰ মুখ দেখা এটি পথ,যোৱা ৩৫ বছৰে পকীকৰণ নোহোৱা পথটোৰ পথাচাৰীৰৰ বিলৈ

কলিয়াবৰত সকলো স্থানতে পথ-পানী-পোহৰৰ ব‍্যৱস্থাৰে আগবঢ়াই নিয়াৰ নিৰলস প্ৰচেষ্টাত বিধায়ক আৰু শেহতীয়াকৈ এটা কাৰ্য‍্যকালৰ বাবে মন্ত্ৰীৰূপে কেশৱ মহন্ত নব্বৈ শতাংশ সফল হৈছে‌। তৎস্বত্বেও বিধায়ক-মন্ত্ৰীগৰাকীৰ এই পৰিকল্পনাত হেঙাৰ হৈ থিয় দিছে
Read More...

৮ বছৰে অসম্পূৰ্ণ দুনী উত্তোলিত জলসিঞ্চন আচনি

দৰঙৰ প্ৰহসনত পৰিণত হৈছে নিৰ্মীয়মান দুনী উত্তোলিত জলসিঞ্চন আচনি ।মুলতঃ জলসিঞ্চন বিভাগৰ চূড়ান্ত দায়িত্বহীনতাৰ বাবে  ৮ বছৰে সম্পূৰ্ণ হোৱা নাই আচনি খন । ২০১২/১৩ বৰ্ষতে পাণ্ডাঘাটৰ দিমীলা নদীৰ ওপৰত স্হাপন কৰা হৈছিল দুনী উত্তোলিত জলসিঞ্চন আচনি
Read More...

নামৰূপত বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ

সমগ্ৰ ৰাজ্যত ড্ৰাগছ, সুৰা, নিচাজাতীয় সামগ্ৰী বিৰোধী অভিজান চলি থকা সময়তে আজি নামৰূপ উপ-আৰক্ষী অধীক্ষক নৱ কুমাৰ বৰা নেতৃত্ব যোৱা এটা বৃহৎ দলে এক গোপন সূত্ৰৰ পম খেদি নামৰূপ ৰেল ষ্টেচনৰ কাষৰ ৬নং বাগান লাইনৰ প্ৰভাত সোনাৰ নামৰ ব্যক্তি জনৰ ঘৰৰ
Read More...

একে গাৱঁতে নিশা দুঘৰত বাইক চুৰি

মহামাৰী ক’ভিড সৃষ্ট পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত বলবৎ হৈ থকা সান্ধ্য আইনৰ সু্যোগ গ্ৰহণ কৰি আজি কিছুদিনৰ পৰা টেঙাখাট থানাৰ অন্তৰ্গত কেইবাখনো গাৱঁত চোৰৰ উপদ্ৰৱ চলি থকাৰ সময়তে বুধবাৰে নিশা টেঙাখাত গন্ধিয়া গাৱঁৰ দুঘৰৰ পৰা মটৰচাইকেল চুৰি হোৱা ঘটনাই
Read More...

ডিব্ৰুগড় এগৰাকী কণমানিয়ে কঢ়িয়াই আনিলে ইণ্ডিয়া বুক অফ ৰেকৰ্ডছ ২০২১

COVID পৰিস্থিতিৰ ফলত বিদ্যালয় সমুহ বন্ধ হৈ পৰাত ঘৰতে অনুশীলন কৰি ডিব্ৰুগড়ৰ এগৰাকী কণমানিয়ে কঢ়িয়াই আনিলে ইণ্ডিয়া বুক অফ ৰেকৰ্ডছ ২০২১। সম্প্ৰতি বন্ধ হৈ আছে বিদ্যালয়। বন্ধৰ মাজতে ঘৰতে থাকি ডিব্ৰুগড়ৰ এগৰাকী চতুৰ্থ শ্ৰেণীত পঢ়ি থকা ১০
Read More...

জামুগুৰিহাটৰ চৌকী ঘাটত পুনৰ সন্দেহজনক নাগৰিকৰ দপদপনি

জামুগুৰিহাটৰ চৌকী ঘাটত পুনৰ সন্দেহজনক নাগৰিকৰ দপদপনি বৃদ্ধি পাইছে ৷ বৃহস্পতিবাৰে জামুগুৰিহাটৰ চৌকী ঘাটত খিলঞ্জীয়া যুৱকৰ এখন কৃষি পামত জুই লগাই দিয়ে সন্দেহজনক লোকে ৷ এই জুইত কৃষি পামখনৰ এটা ঘৰ সম্পূৰ্ণৰূপে ভস্মিভূত হয় ৷ পাচত ঘটনা স্থলীত
Read More...

ৰাষ্ট্ৰীয় ভলীবল প্ৰতিযোগিতাত বিজেতাৰ সন্মান দখল কৰা অসম দলটোক আৰ্থিক সাহাৰ্য প্ৰদানৰ আহ্বান

ৰাষ্ট্ৰীয় ভলীবল প্ৰতিযোগিতাত ৰানাৰ্চআপৰ খিতাপ অৰ্জন কৰা অসম দলটোক সম্বৰ্ধনা আৰু আৰ্থিক সাহাৰ্য প্ৰদান কৰিবলৈ ক্ৰীড়া মন্ত্ৰীক আহ্বান জনাইছে ক্ৰীড়া প্ৰেমী ৰাইজে। যোৱা ৫ মাৰ্চৰ পৰা ১১ মাৰ্চলৈ ভূৱনেশ্বৰ, ওড়িষাৰ কলিংগ বিশ্ববিদ্যালয়ত
Read More...

ছয়গাঁৱত ১১ টা চোৰাং গৰুসহ বাহন জব্দ : দুজন আটক

ৰাজ্যত এতিয়াও অব্যাহত আছে চোৰাং গৰুৰ বেহা ৷ বৃহস্পতিবাৰে পুৱা ছয়গাঁও আৰক্ষীয়ে ছয়গাঁৱৰ নিকটৱৰ্তী বৰটাৰীত জব্দ কৰে ১১ টাকৈ চোৰাং গৰুসহ গৰু কঢ়িওৱা বাহন ৷ লগতে আটক কৰে দুজন লোক ৷ জানিবপৰামতে কুকুৰমাৰাৰ পৰা বৰটাৰীলৈ যোৱা পথটোৰে চোৰাং গৰু
Read More...

নগাঁৱত দূৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাৰ দল: কুখ্যাত অপৰাধী তাজনুৰক জেৰা

নগাঁও আৰক্ষীৰ ম'ষ্ট ৱাণ্টেড কুখ্যাত অপৰাধী তাজনুৰ হুছেইনক ওৰফে ৰাজাক যোৱা ৬ জুনৰ নিশা নগাঁও চহৰৰ সমীপৰ কাতিমাৰী পৰা জুৰীয়া আৰক্ষীৰ সহযোগত নগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পাচত কুখ্যাত অপৰাধীজনক নগাঁও সদৰ থানাত আৰক্ষীয়ে জেৰা অব্যাহত ৰাখে।
Read More...