Breaking

Browsing Category

মুখ্য-পৃষ্ঠা

মাজুলীত নীডচৰ প্ৰশংসনীয় পদক্ষেপ

উত্তৰ -পূৱ প্ৰীড়িত অঞ্চল উন্নয়ন সমিতি ( north- east affected area development sociecty ) চমুকৈ নীডচ - ৰ উদ্যোগত আৰু হাই ( humanitarian aid international ) আৰু হিমালয়াৰ সহযোগত আজি মাজুলী জিলাৰ কমলাবাৰী গাওঁ পঞ্চায়ত অন্তৰ্গত আলিমুৰ
Read More...

ক’ভিডে নিঠৰুৱা কৰা তিনি ভগ্নীৰ বিলৈ : চৰকাৰলৈ সহায়ৰ আহ্বান

দৰঙৰ ছিপাঝাৰৰ কুৰুৱাত এটা মাহৰ ভিতৰতে পিতৃ মাতৃক অকালতে হেৰুৱাই নিঠৰুৱা হৈ দিশহাৰা হৈ পৰিছে তিনি ভগ্নী।উপৰ কুৰুৱা নিৱাসী তথা কুৰুৱা গাঁও পঞ্চায়তৰ প্ৰাক্তন সভানেত্ৰী    দিপালী দাসৰ যোৱা ১২ মে'ত মৃত্যু হৈছিল।যি সময়ত তেওঁৰ স্বামী ক'ভিডত
Read More...

অৱশেষত ধুবুৰী জিলাৰ মাজেৰচৰত চুৰি হোৱা ১২ টা গৰু উদ্ধাৰ।

 কিছুদিন পূৰ্বে ধুবুৰী জিলাৰ মাজেৰচৰত এটা ৰাতিৰ ভিতৰত পাঁচটা পৰিয়ালৰ মাজত ১২ টাকৈ গৰু চুৰিকাণ্ড সংঘটিত হৈছিল। যোৱা ৫ জুন তাৰিখত  ৰাতি মাজেৰচৰ কুন্তীৰচৰ গাঁওৰ কমেও পাঁচ গৰাকী লোকৰ ঘৰৰ গোৱাহালি ঘৰৰ পৰা ১২ টাকৈ গৰু চুৰি কৰি লৈ যায়। চাৰি
Read More...

ধুবুৰীৰ ব্লক কংগ্ৰেছ কমিটিৰ উদ্যোগত পেট্ৰ’ল,ডিজেল আৰু ৰন্ধন গেছৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদত ধৰ্ণা।

ধুবুৰীৰ  ব্লক কংগ্ৰেছ কমিটীৰ উদ্যোগত ধুবুৰীৰ পেট্ৰল পাম্পৰ সন্মুখত পেট্ৰল, ডিজেল আৰু ৰন্ধন গেছৰ আকাশলংঘী মূল্য বৃদ্ধিৰ প্ৰতিবাদত কংগ্ৰেছ দলে ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে। পেট্ৰল-ডিজেল-ৰন্ধন গেছ তথা নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে
Read More...

হালোৱাৰ ৰূপত কৃষি মন্ত্ৰী অতুল বৰা : নৱপ্ৰজন্মক কৃষি কৰ্মৰ প্ৰতি আকৰ্ষিত হ’বলৈ আহ্বান

আজি পুৱাই কৃষি মন্ত্ৰী অতুল বৰাই হাল জুৰিলে পথাৰত।জন্মস্থান গোলাঘাটৰ বাম বৰাহী গাঁৱত  নিজা কৃষি ভূমিত হাতত ট্ৰেক্টৰ লৈ পথাৰত হাল বোৱা দেখা গ'ল কৃষি মন্ত্ৰী গৰাকীক।   মন্ত্ৰী জনে  নৱ প্ৰজন্মক কৃষি কৰ্মত নিয়োজিত হৈ খেতিয়কক মৰ্যদা প্ৰদান
Read More...

বিশ্বনাথ চাৰিআলি মাজুলিগড় চাহ বাগিচা চিকিৎসক বসন্ত গোস্বামীক আক্ৰমণ কৰা দুই দুস্কৃতিকাৰীক আটক।

বুধবাৰে বিশ্বনাথ চাৰিআলি মাজুলিগড় চাহবাগিছাৰ জেষ্ঠ চিকিৎসক ডাঃ বসন্ত কুমাৰ গোস্বামীক কেইজনমান লোকে আক্ৰমণ কৰিছিল বাগিচাৰ খনত।ইফালে এই আক্ৰমণ কাৰী বিৰুদ্ধে জ্যেষ্ঠ চিকিৎসক বসন্ত দাসে বিশ্বনাথ আৰক্ষী থানাত এক গোচৰ ৰুজু কৰেইফালে নিশা
Read More...

বিশেষভাবে সন্মানিত কৰ্মোদ‍্যমী আংগনৱাড়ী কৰ্মী বীনা কালিন্দীৰ মনৰ কথা…

দেশৰ তথা ৰাজ‍্যৰ শিশু কল‍্যাণৰ বাবে প্ৰতিষ্ঠা হোৱা আংগনৱাড়ী কেন্দ্ৰ বুলি ক'লে যি এখন ছবি ভাঁহি আহে তাৰ ঠিক ওলোটা এখন ছবি দেখা পাব এই আংগনৱাড়ী কেন্দ্ৰটোত। কলিয়াবৰৰ এখন চাহ বাগিচাত থকা এই কেন্দ্ৰটোৱে আপোনাৰ মোৰ ধাৰণা সলনি কৰি দিব।
Read More...

সুখচৰৰ বেৰাভাঙা গাৱত দুই শিশুৰ মৃতদেহ উদ্ধাৰক কেন্দ্ৰ কৰি অঞ্চল জুৰি তীব্ৰ চাঞ্চল্য৷

দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ সুখচৰ থানাৰ অন্তৰ্গত বেৰাভাঙা গাৱঁৰ ইনামূল হকৰ দুই শিশুৰ মৃতদেহ উদ্ধাৰক কেন্দ্ৰ কৰি অঞ্চল জুৰি তীব্ৰ চাঞ্চল্য সৃষ্টি হৈছে ৷আজি  ইনামূল হকৰ  নামৰ ব্যক্তি জনৰ দুই কণমানি শিশু মৌছুমি বেগম (১০) নাজমুল হক (৭)ক কোনো
Read More...

ভংগ সান্ধ্য আইন: নিশা ১২ বজাত চেলুনত দাড়ি কটাত ব্যস্ত বিজেপিৰ কোন বিধায়ক ?

নিশা সান্ধ্য আইন ভংগ নলবাৰীৰ বিধায়ক জয়ন্ত মল্ল বৰুৱাৰ। নিশা ১২ বজাত চেলুনত দাড়ি কটাত ব্যস্ত বিজেপিৰ বিধায়কগৰাকী। নিশাৰ কাৰ্ফিউ উলংঘা কৰি চেলুনৰ ছাটাৰ আধা খুলি দাড়ি-চুলি কটিলে জয়ন্ত মল্ল বৰুৱাই। উলুবাৰীৰৰ বি বৰুৱা ৰ’ড স্থিত
Read More...

ৰৌতাত দহগ্ৰাম হেৰ’ইনৰসৈতে দুজন অৰুণাচল প্ৰদেশৰ যুৱকক গ্ৰেপ্তাৰ

ওদালগুৰি জিলাৰ প্ৰাণকেন্দ্ৰ স্বৰূপ ৰৌতা অঞ্চলত একাংশ অসাধু ব্যৱসায়ীয়ে দীৰ্ঘদিন ধৰি কৰি আছে ড্ৰাগছৰ ব্যৱসায় । সেয়েহে ৰাজ্যখনৰ অন্যান্য জিলাৰ দৰে বৃহত্তৰ ৰৌতা অঞ্চলত বৰ্তমান ড্ৰাগছৰ বিৰুদ্ধে ব্যাপক গতিত অভিযান
Read More...