Breaking

Browsing Category

মুখ্য-পৃষ্ঠা

পশ্চিম গুৱাহাটীৰ অসম মেঘালয় সীমান্তৰ উমছুৰত খেতি পথাৰত নামি পৰিছে বহু শিক্ষিত যুৱক :অসম চৰকাৰৰ…

কৃষি কৰ্মত দেশ এখন শক্তিশালী নহলে সেই দেশখনক আৰ্থিক ভাৱে শক্তিশালী বুলি গণ্য কৰিব নোৱাৰি । আনহাতে বিগত বৰ্ষত ক'ভিড মহামাৰীৰ সংক্ৰমণ ৰোধৰ বাবে দেশজুৰি আৰম্ভ হোৱা লকডাউনৰ সময়তে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক  বিশেষকৈ ডেকাচামক
Read More...

লাহৰীঘাটৰ বৰালীমাৰিত জলসম্পদ বিভাগৰ মন্ত্রী পিযুষ হাজৰিকাৰ গৰাখহনীয়া পৰিদৰ্শন

আজি মৰিগাঁও জিলাৰলাহৰীঘাট সমষ্টিৰ বৰালিমাৰীৰ অঞ্চলৰ বান-খহনীয়া পৰিদৰ্শন কৰে জলসস্পদ বিভাগৰ মন্ত্ৰী পিয়ূষ হাজৰিকাইমন্ত্ৰী গৰাকীক সংগ দিয়ে মৰিগাঁও জিলা প্ৰশাসনৰ উচ্চ পদস্থ বিষয়া সকলৰ লগতে জলসস্পদ বিভাগৰ
Read More...

বৰষুণত বিধ্বস্ত নলবাৰী চহৰৰ পথ: পানীত বুৰ গল দুই বৃহৎ গুদামৰ খাদ্য সামগ্ৰী

এজাক বৰষুণতে জলমগ্ন হৈ পৰিছে নলবাৰী চহৰৰ বাটপথ। লক্ষণীয় ভাবে বছৰৰ পিছত বছৰ ধৰি এজাক বৰষুণতে কৃত্ৰিম বানপানী সৃষ্টি হৈ অহাত ৰাইজে যম যাতনা ভুগি থাকিব লগীয়া হৈছে। আজি পুৱাৰ ভাগত অহা বৰষুণৰ ফলত দেৱীৰাম পাঠশালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ
Read More...

নাজিৰাত পেট্ৰল-ডিজেল,অত্যাৱশকীয় খাদ্য সামগ্ৰী মূল্য বৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদত বিৰোধী দলপতি সহ যুৱ…

ডিজেল আৰু নিত্য ব্যৱহাৰ্য  খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে আজি নাজিৰা নগৰৰ মাজমজীয়াৰ লাহটী  তেল ডিপু প্ৰাংগণত প্ৰতিবাদ সাব্যস্ত কৰে অসম বিধান সভাৰ বিৰোধী দলপতি তথা নাজিৰা সমষ্টিৰ বিধায়ক দেৱব্ৰত শইকীয়া সহ যুৱ আৰু মহিলা কংগ্ৰেছৰ
Read More...

চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদত বহিল বৰক্ষেত্ৰীৰ বিধায়ক দিগন্ত বৰ্মন ৷

পেট্ৰল-ডিজেলৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদত বহিল বৰক্ষেত্ৰীৰ নৱনিৰ্বাচিত বিধায়ক দিগন্ত বৰ্মন ৷মুকালমুৱাৰ বৰতলা, বৰলিয়াপাৰ, জয়সাগৰত বৰক্ষেত্ৰী ব্লক কংগ্ৰেছৰ প্ৰৱল প্ৰতিবাদ ৷বৰতলা পেট্ৰল পাম্পৰ সন্মুখত প্ৰতিবাদত বহিল বিধায়ক দিগন্ত বৰ্মন
Read More...

ৰাজ্যত পেট্ৰ’ল-ডিজেলৰ মূল্য শতকৰ দিশে অগ্ৰসৰ,দুলীয়াজানত কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ

ৰাজ্যত প্ৰতি দিনে পেট্ৰ'ল-ডিজেলৰ মূল্য বৃদ্ধিৰ ফলত দৈনিক ব্যৱহৃত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য সুৰা-সুৰে বাঢ়িবলৈ ধৰিছে । সাধাৰণজনতাক একপ্ৰকাৰে ৰাম টাঙোন সুধাইছে চৰকাৰে । ইয়াৰে পৰিপেক্ষিতত আজি দুপৰীয়া নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ আহ্বান
Read More...

বেজী-সূতাৰে গুৰুজনাৰ অমৰ সৃষ্টি গামোচাত লিপিৱদ্ধ কৰিলে এগৰাকী যুৱকে : অসম বুক অৱ ৰেকৰ্ডছত…

চেষ্টাৰ অসাধ্য একো নাই ৷ এইবাৰ তাকে কৰি দেখুৱালে বাক্সাৰ এগৰাকী যুৱকে ৷ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ অমৰ সৃষ্টি "কৰতল কমল” কবিতাটিক নিজৰ শিল্প কৰ্মৰ জৰিয়তে উপস্থাপন কৰি অসম বুক অৱ ৰেকৰ্ডছত নাম অন্তৰ্ভূক্ত কৰিবলৈ সক্ষম হয় জিলাৰ
Read More...

ভোগদৈত উপঙি উঠিছে মৎসকূল, খোৱাপানীৰ বাবে হাঁহাকাৰ ৰাইজৰ

 যোৰহাট জিলাৰ মৰিয়নিৰ মাজেদি প্ৰবাহিত ভোগদৈ নৈৰ পানী সেৱন কৰি জিলা খনৰ লাখ লাখ লোকে জীৱন নিৰ্বাহ কৰি আহিছে। নগা পাহাৰৰ অসংখ্য সৰু বৰ জান জুৰিৰ পানী বক্ষত লৈ অসমলৈ নামি অহা ভোগদৈ নৈখন অতীতৰ পৰাই কেৱল মৰিয়নীয়ে নহয়, সমগ্ৰ যোৰহাটৰে
Read More...