Breaking

Browsing Category

মুখ্য-পৃষ্ঠা

গুৱাহাটী উচ্চ ন্যায়ালয়ত ২২ পদ খালী

গুৱাহাটী উচ্চ ন্যায়ালয়ত খালী হৈছে ২২ পদ৷ পদকেইটা গ্রেড–৩ পর্যায়ৰ৷ মুঠ পদ ২২টাৰ ভিতৰত অসংৰক্ষিত ১৩টা, এছ চিৰ ৪টা, এছ টি–পিৰ ৩টা আৰু এছ টি–এইচৰ ২টা৷ ইতিমধ্যে এই বিষয়ে এক নিয়োগ বিজ্ঞাপন প্রকাশ কৰি ন্যায়ালয়ৰ পঞ্জীয়কে অর্হতাসম্পন্ন
Read More...

ৰঙিয়া আৰক্ষী থানাত উত্তপ্ত পৰিস্থিতি ।আৰক্ষীৰ জালত বিজেপি নেতাসহ চাৰিজন ।

ৰঙিয়া আৰক্ষী থানাত উত্তপ্ত পৰিস্থিতি । ৰঙিয়াত ড্ৰাগচ বিৰোধী অভিযান । শুক্ৰবাবে নিশা আৰক্ষীৰ জালত বিজেপি নেতাসহ চাৰিজন । আটকাধীন বিজেপি নেতাজন প্ৰদীপ চৌধুৰী বুলি জানিব পৰা গৈছে । ধৃত প্ৰদীপ চৌধুৰীৰ বিজেপিৰ হাইপ্ৰফাইল নেতাৰ লগত
Read More...

ৰাষ্ট্ৰ সেৱিকা সমিতিৰ সৌজন্যত নগাঁও চহৰত কোভিড ভেকচিন প্ৰদান

ৰাষ্ট্ৰ সেৱিকা সমিতিৰ সৌজন্যত আৰু বন্দনীয় লক্ষ্মীবাই কেলকৰ স্মাৰক সমিতিৰ উদ্যোগত তথা নগাঁও জিলা প্ৰশাসনৰ সহযোগত কালিৰে পৰা নগাঁও চহৰৰ নতুন বজাৰ অঞ্চলত পাঁচদিনীয়া কাৰ্য্যসূচীৰে কোভিড ভেকচিন প্ৰদানৰ এক শিবিৰ অনুষ্ঠিত হয় । ৰাষ্ট্ৰ সেৱিকা
Read More...

পশ্চিম গুৱাহাটীৰ অসম মেঘালয় সীমান্তৰ উমছুৰত খেতি পথাৰত নামি পৰিছে বহু শিক্ষিত যুৱক

কৃষি কৰ্মত দেশ এখন শক্তিশালী নহলে সেই দেশখনক আৰ্থিক ভাৱে শক্তিশালী বুলি গণ্য কৰিব নোৱাৰি । আনহাতে বিগত বৰ্ষত ক'ভিড মহামাৰীৰ সংক্ৰমণ ৰোধৰ বাবে দেশজুৰি আৰম্ভ হোৱা লকডাউনৰ সময়তে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক  বিশেষকৈ ডেকাচামক
Read More...

১৩৬ নং বেটেলিয়ন চি আৰ পি এফ বাহিনীৰ উদ্যোগত গছপুলি ৰোপন

নলবাৰী জিলাস্থিত ১৩৬ নং বেটেলিয়ন চি আৰ পি এফ বাহিনীৰ উদ্যোগত আজি বৃক্ষৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰা হয় । নলবাৰী জিলাৰ চান্দকুছিস্থিত নলবাৰী পলিটেকনিকেলত ১৩৬ নং বেটেলিয়ন চি আৰ পি এফ বাহিনীয়ে বৃক্ষৰোপণ কৰে  । প্ৰায় ৩০০ গছপুলি নলবাৰী 
Read More...

পেট্ৰলজাত সামগ্ৰীৰ মূল্য বৃদ্ধিৰ প্ৰতিবাদত নগাঁৱত কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচী

ক্ৰম বৰ্দ্ধমান গতিত পেট্ৰলজাত সামগ্ৰীৰ মূল্য বৃদ্ধিৰ প্ৰতিবাদত আজি নগাঁৱত কংগ্ৰেছ দলে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে। আজি নগাঁও জিলা কংগ্ৰেছৰ উদ্যোগত নগাঁও চহৰৰ শ্বহীদ ভৱনৰ ওচৰৰ পেট্ৰল পাম্পৰ সন্মুখত পেট্ৰল, ডিজেলৰ মূল্য বৃদ্ধিৰ
Read More...

বোকা পানী গচকি বটদ্ৰৱাৰ নিৰ্মিয়মান প্ৰকল্প স্থলীত সাংস্কৃতিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী বিমল বৰা

অসমীয়া জাতিৰ জনক মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ জন্মস্থান বটদ্ৰৱা থানত নিৰ্মীয়মান হৈ থকা "বটদ্ৰৱা প্ৰকল্প" স্থলীত আজি বিয়লি সাংস্কৃতিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী বিমল বৰা উপস্থিত হয়। বটদ্ৰৱা থানৰ আকাশী গংগাৰ তীৰৰ বেদখলমুক্ত ভূমিত ১৮৮ কোটি
Read More...

সুখৰ খবৰ। কোভিড নিগেটিভ হ’ল নীলপৱন বৰুৱা।

শুকুৰবাৰে ঘৰলৈ যাব দিয়াৰ কথা মহান শিল্পীগৰাকীক। অসমৰ প্ৰথিতযশা শিল্পী নীলপৱন বৰুৱাৰ কোভিড নিগেটিভ হৈছে। কিছুদিন গুৱাহাটী মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন হৈ থকাৰ পিছত আজি পৰীক্ষাৰ অন্তত তেখেতৰ নিগেটিভ ওলাইছে। ফলত আনন্দিত হৈ পৰিছে সকলো
Read More...

ক’ভিড -১৯ত পিতৃ-মাতৃহাৰা তিনিগৰাকী ছোৱালীক সাক্ষাৎ ছিপাঝাৰ সমষ্টিৰ বিধায়ক ড০ পৰমানন্দ ৰাজবংশীৰ

ক'ভিড - ১৯ ত আক্রান্ত হৈ অকালতে মৃত্যু ঘটা ছিপাঝাৰ সমষ্টিৰ উপৰ কুৰুৱাৰ প্ৰয়াত দম্পতী নূপুৰ দাস আৰু দীপালী দেৱীৰ ঘৰত উপস্থিত হৈ পিতৃ-মাতৃহাৰা তিনিগৰাকী ছোৱালীক সাক্ষাৎ কৰি দুখৰ সমভাগী হ'ল ছিপাঝাৰ সমষ্টিৰ বিধায়ক ড০ পৰমানন্দ ৰাজবংশী। চৰকাৰে
Read More...

উদালীৰ চিকিৎসক আক্ৰমণৰ ঘটনাত জড়িত আৰু এটা অপৰাধীক লংকা আৰক্ষীৰ জালত।

লংকাৰ উদালীৰ ফুলতলী আদৰ্শ চিকিৎসালয়ৰ  চিকিৎসক আক্ৰমণৰ ঘটনাৰ লগত  জড়িত থকা আন  এটা অপৰাধীক আটক কৰিছে লংকা আৰক্ষীয়ে । আৰক্ষীয়ে আটক কৰা অপৰাধীটোৰ  নাম হিলাল উদ্দিন । যোৱা নিশা লংকা আৰক্ষীয়ে নখুটীৰ পৰা আটক কৰে দুষ্কৃতিকাৰীটোক। চিকিৎসক
Read More...