Breaking

Browsing Category

মুখ্য-পৃষ্ঠা

দুমুনিচকী-কুৰুৱা পথৰ জৰাজীৰ্ণ অৱস্থা।গ্ৰাম্য পথে জলাকলা খুৱাইছে পথচাৰীক।

দৰং জিলাৰ লোকনিৰ্মাণ বিভাগৰ ছিপাঝাৰ সমষ্টিৰ অন্তৰ্গত দুমুনিচকী-কুৰুৱা পথ জৰাজীৰ্ণ অৱস্থা। গ্ৰাম্য পথে জলাকলা খুৱাইছে পথচাৰীক ।চহৰীয়া পাৰা মন্দিৰৰ সন্মুখ অংশ ,হেটামতোলা জামে মজিদৰ সমীপৰ লগতে কেইবাটাও অংশত এজাক বৰষুণ
Read More...

লাহৰীঘাটত যুৱকক দূৰ্বিত্তই দাৰে হত্যা কৰাৰ চেষ্টা

মৰিগাঁও জিলাৰ লাহৰীঘাট থানাৰ অন্তৰ্গত ৰজাগাধোৱা গাৱত নিশা আবু ছুফিয়ান ( ৩১ ) নামৰ যুৱক জনক একেখন গাৱৰে আব্দুল ছাত্তাৰ নামৰ ব্যক্তিয়ে দাৰে ঘপিয়াই হত্যা কৰাৰ চেষ্টা কৰে। জানিব পৰা মতে গুৰুতৰ বাবে জখম হোৱা আবু ছুফিয়ানকউন্নত চিকিৎসাৰ
Read More...

পজিটিভিটীৰ হাৰ হ্রাস হ’লেই শিথিল হ’ব গুৱাহাটীৰ নীতি–নিয়ম

ক’ভিড সংক্রমণ ৰোধৰ বাবে কেন্দ্রীয় চৰকাৰৰ নির্দেশত ভেকচিন প্রদান কার্যসূচী দ্রুত কৰি তুলিছে স্বাস্থ্য বিভাগে৷ এই লক্ষ্যৰে ৰাজ্যত প্রতিদিনে তিনি লাখ লোকক ভেকচিন প্রদানৰ পদক্ষেপ লৈছে বিভাগটোৱে৷ শনিবাৰে এই কথা স্পষ্ট কৰিলে স্বাস্থ্যমন্ত্রী
Read More...

প্ৰাক্তন মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্যক আৱেদন ” ৱাৰিয়ৰ ” এক জাগৰণ নাৰীত্ব নামৰ সংগঠনৰ।

সমাজত নাৰী জাতিৰ স্বভিমান আৰু নিজৰ স্বকীয়তাৰ পৰিচয়ৰে জীয়াই থকাৰ অধিকাৰ বিচাৰি এক জাগৰণ নাৰীত্বৰ বাণীৰে গঠন কৰা " ৱাৰিয়ৰ " নামৰ সংগঠনটোৰ লক্ষ্য আৰু উদ্দেশ্যৰ বিষয়ে লিখিত আৱেদন যোগে অৱগত কৰিবলৈ আজি কামৰূপ মহানগৰ জিলা সমিতিৰ তৰফৰ পৰা পূব
Read More...

মহানগৰীৰ নাৰেংগীত ৰে’লৱে ক্ৰছিঙত লাইনচ্যুত ছয়টা ডবা।

শনিবাৰে দুপৰীয়াৰ ভাগত মহানগৰী নাৰেংগীত থকা ৰেল লাইনত সংঘটিত হয় এক ভয়ংকৰ ঘটনা। নাৰেংগীৰ সেনা শিবিৰৰ যোৱা WDG4-70115 নম্বৰৰ এখন মালবাহি ট্ৰেইনৰ ছয়টাকৈ ডবা লাইনচ্যুত হোৱাত অঞ্চলটোত অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হয়। জানিব
Read More...

অভিনেতা হৰেন মালাকৰক ২০২০-২১ বৰ্ষৰ অচ্যুত লহকৰ স্মাৰক বঁটা প্ৰদান

প্ৰবীণ কৌতুক অভিনেতা হৰেণ মালাকৰক আজি প্ৰদান কৰা হয় মঞ্চ প্ৰভাকৰ অচ্যুত লহকৰ স্মাৰক বঁটা। অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ জনক অচ্যুত লহকৰৰ আজি পঞ্চম মৃত্যুবাৰ্ষিকী। 'মঞ্চ প্ৰভাকৰ' হিচাপে খ্যাত এইগৰাকী মহীৰূহে ভ্ৰাম্যমাণ নাট্য জগতখনলৈ আগবঢ়োৱা
Read More...

অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱকল্যাণ সঞ্চালকালয়ে খেলুৱৈলৈ কঢ়িয়াই আনিছে এক আশাৰ বাৰ্তা

ক্ৰীড়া পেঞ্চন আৰু এক কালীন সাহাৰ্যৰ লগতে ক্ৰীড়া আৰু যুৱকল্যাণ সঞ্চালকালয়ে অসমৰ প্ৰাক্তন আৰু বৰ্তমানৰ ৰাষ্ট্ৰীয় খেলুৱৈৰ তালিকা বিচাৰি জিলা ক্ৰীড়া বিষয়ালৈ জাননী প্ৰেৰণ কৰিছে। ক্ৰীড়া বিষয়া সকল তৎপৰ হৈ বিভিন্ন ইভেন্টৰ খেলুৱৈৰ তালিকা প্ৰস্তুত
Read More...

মৰিগাঁওত গণ শিল্পী ,বিহু সম্ৰাট খগেন মহন্তৰ ৭তম মৃত্যু বাৰ্ষিকী ।

ৰিগাঁও জিলাৰ আগশাৰীৰ নাট্য, সাংস্কৃতিক অনুষ্ঠান সমলয় উদ্যোগত গণশিল্পী ,বিহু সম্ৰাট খগেন মহন্ত দেৱৰ ৭তম মৃত্যু বাৰ্ষিকী অনুষ্ঠিত কৰে,ক'ভিড সৃষ্ট পৰিবেশৰ মাজতেই অনুস্হপিয়া কৈ হলেও ক'ভিড প্ৰতকল মানি সমলয়ৰ কাৰ্য্যালয়ত শিল্পী গৰাকীৰ প্ৰতিচ্ছবিত
Read More...

বাক্সা আৰক্ষী সাফল্য ! পিষ্টলসহ গ্ৰেপ্তাৰ ৫ দুধৰ্ষ ডকাইত।

দীৰ্ঘদিন ধৰি বাক্সাৰ বিভিন্ন অঞ্চলত ডকাইতৰ এটা বৃহত চক্ৰই নিদ্ৰাহৰণ কৰি আহিছিল বাক্সা আৰক্ষীৰ ৷ ৰাজ্যখনৰ কেইবাটাও মাইক্ৰোফাইনেন্সৰ কৰ্মচাৰীক বাট আগচি ধৰি ধন লুট কৰি আহিছিল ডকাইতৰ দলটোৱে ৷ দীৰ্ঘদিন ধৰি চলা চেষ্টাৰ অন্তত আৰক্ষীয়ে পিষ্টল সহ
Read More...

খাৰুপেটীয়াত আৰক্ষীৰ জালত জালনোট প্রস্তুত কৰা ৮ অপৰাধী

আৰক্ষী অধীক্ষক হিচাপে সুশান্ত বিশ্ব শর্মা নিযুক্ত হোৱাৰ পাছৰে পৰা দৰং আৰক্ষীয়ে অপৰাধীৰ বিৰুদ্ধে চলাইছে ব্যাপক অভিযান৷ যোৱানিশা জালনোট চক্রৰ লগত জডিত ৪টা আৰু অন্য এক অভিযানত আন ৪টা ডকাইতসহ মুঠতে ৮টা দুর্ধর্ষ অপৰাধী কৰায়ত্ত কৰিব সক্ষম হয়
Read More...