মুখ্য-পৃষ্ঠা

Russian: ৬০০ বছৰ ধৰি আছিল শুই, এতিয়া হঠাতে জাগ্ৰত গৈছে ৰাছিয়াৰ আগ্নেয়গিৰি

ৰাছিয়াৰ কামচাটকা (Russian) উপদ্বীপৰ ক্ৰাশ্বেননিকোভ আগ্নেয়গিৰিটোৱে প্ৰায় ৬০০ বছৰৰ পিছত প্ৰথমবাৰৰ বাবে পুনৰ জাগ্ৰত হৈছে৷

Gaurav Gogoi: অসম প্ৰদেশ কংগ্ৰেছৰ বৰ্ধিত কাৰ্যনিৰ্বাহকত হুংকাৰ সভাপতি গৌৰৱ গগৈৰ

অসমৰ ৰাইজে এতিয়া (Gaurav Gogoi) নিৰ্বাচনৰ যোগেদি পৰিৱৰ্তন বিচাৰিছে৷ স্বেচ্ছাচাৰী আৰু দুৰ্নীতিত নিমজ্জিত হিমন্ত বিশ্ব শৰ্মাৰ অপশাসনৰ পৰা ৰাইজে এতিয়া মুক্তি বিচাৰিছে৷

Dhadak 2: Saiyaaraৰ পিছত আহিল Dhadak 2, ধড়ক ২ উপভোগ কৰি কান্দোনত ভাঙি পৰিল ছবি নিমাৰ্তা!

ছবিগৃহত যেতিয়া ‘চাইয়াৰা’ (Dhadak 2) মুক্তি পাইছিল তেতিয়া ছ’চিয়েল মিডিয়াত বানপানীৰ সৃষ্টি হৈছিল য’ত মানুহক ছবিখন উপভোগ কৰি কান্দি থকা দেখা গৈছিল।

Sawan Month: আজি শাওণৰ তৃতীয়টো সোমবাৰঃ ভুলতো নকৰিব এইসমূহ কাম!

আজি অসমীয়া (Sawan Month) শাওণ মাহৰ তৃতীয়টো সোমবাৰ। এই দিনটোত এনেকিছুমান ভুল নকৰিব, যাৰ ফলত আপোনাৰ গোটেই মাহৰ শিৱ পূজা অসাৰ হৈ পৰিব।

Vitamin: কি ভিটামিনৰ অভাৱত মুখ ক’লা হ’বলৈ আৰম্ভ কৰে ?

আমাৰ সুস্বাস্থ্যৰ বাবে ভিটামিন অতি (Vitamin) প্ৰয়োজনীয়। ভিটামিনৰ অভাৱত আমাৰ শৰীৰত বহু ৰোগ নাইবা বহু সমস্যা হ'ব পাৰে।

Popular