Breaking

Browsing Category

মুখ্য-পৃষ্ঠা

বিশ্বনাথৰ মাজুলীগড় চাহ বাগিছাত চিকিৎসকক আক্ৰমন বাগিছাৰ একাংশ দুস্কৃতিকাৰীৰ

হোজাইত চিকিৎসক আক্ৰমণ কৰা ঘটনা ঢৌ মাৰ নাযাওঁতেইএইবাৰ বিশ্বনাথত চিকিৎসকক আক্ৰমণৰ ঘটনা সংঘটিত হ'ল। বিশ্বনাথ আৰক্ষী থানা অন্তৰ্গত মাজুলীগড় চাহ বাগিচাত বুধবাৰে বিয়লি প্ৰায় ৫ মান বজাত বাগিচা খনৰ জ্যোষ্ঠ চিকিৎসক বসন্ত
Read More...

নগৰীয়া ভাৰতৰ সেউজীকৰণ আৰু ভৱিষ্যতৰ নগৰসমূহক ৰূপদান : হৰদ্বীপ এছ পুৰী

"প্ৰকৃতিক শান্তিত ৰখাটো হৈছে ২১ শতিকাৰ অতিপ্ৰয়োজনীয় কাম, সকলোৰে বাবে, সকলোতে ই অৱশ্যেই উচ্চ অগ্ৰাধিকাৰযোগ্যবিষয় হ’ব লাগে।" - ৰাষ্ট্ৰসংঘৰ সচিব-প্ৰধানএণ্টনিও গুটেৰেছ ১৯৭৪ চনৰ পৰা প্ৰতি বছৰে ৫ জুনত বিশ্ব পৰিবেশ দিৱস
Read More...

ধুবুৰীত পুনৰ বৃহৎ পৰিমানৰ নিচাজাতীয় টেবলেট সহ এগৰাকী মহিলাক আটক।

যি সময়তে সমগ্ৰ ৰাজ্যত কৰোনা মহামাৰী সংক্ৰামণৰ সংহাৰী ৰূপ ধাৰণ কৰিছে তেনে সময়তে ধুবুৰী  চহৰৰ এ, এম, কো, ৰোড আৰক্ষী চকীৰ অন্তৰ্গত বগুলামাৰীৰ ছিদ্দিক আলিৰ ঘৰৰ পৰা বৃহৎ পৰিমানৰ নিচাজাতীয় টেবলেট সহ এগৰাকী মহিলাক আটক কৰিবলৈ সক্ষম হয় ধুবুৰী
Read More...

পানীত পৰা লোকক উদ্ধাৰৰ বাবে বৰপেটা জিলা প্ৰশাসনৰ অভিনৱ পদক্ষেপ : সৰ্থেবাৰীত ৩১ সাতোৰবিদক বিশেষ…

পানীত পৰা লোকক তাৎক্ষণিকভাৱে উদ্ধাৰৰ বাবে স্থানীয় সুদক্ষ যুবকক বিশেষ প্ৰশিক্ষণেৰে প্ৰতিটো অঞ্চলতে একোটাকৈ দল গঠনৰ বাবে বৰপেটা জিলাৰ উপায়ুক্তৰ উদ্যোগত গ্ৰহণ কৰা অভিনৱ ব্যৱস্থাৰ অংশ হিচাপে আজি সৰ্থেবাৰী ৰাজহ চক্ৰৰ অধীনৰ ৩১ জনক প্ৰশিক্ষণ
Read More...

গুৱাহাটীৰ উর্বশী–মেঘদূত–অপ্সৰা ছবিগৃহ বন্ধ

কা’, কৰ'ণাৰ লকডাউন আৰু সান্ধ্য আইনত বিধ্বস্ত হৈ পৰিল ছবিগৃহৰ ব্যৱসায়৷ ‘কা’ আন্দোলনে তীব্র ৰূপ ধাৰণ কৰাত চৰকাৰে ঘোষণা কৰা সান্ধ্য আইনৰ পৰিপ্রেক্ষিতত ৰাজ্যত লকডাউনৰ পূর্বৰে পৰা বন্ধ হৈ থকা বহু ছবিগৃহ এতিয়া বন্ধ হোৱাৰ উপক্রম হৈছে৷
Read More...

লাহৰীঘাটৰ দক্ষিণ ঔতলাবড়ী অংগনৱাড়ী কেন্দ্রত ব্যাপক দূৰ্নীতিৰ অভিযোগ অভিভাৱকৰ

মৰিগাঁও জিলাৰ  লাহৰিঘাটত অংঙ্গনবাদী কৰ্মীৰ ব্যাপক দূৰ্নীতি। অংঙ্গনবাদী কৰ্মীয়ে শিশু খাদ্য আৰু ইউনিফৰ্ম বিতৰণ নামত সংঘটিত কৰিছে ব্যাপক দূৰ্নীতি।কণ কণ শিশু সকলক ইউনিফৰ্ম পিন্ধাই ফটো তুলি ইউনিফৰ্ম খুলি ৰাখি  খেদি পঠিয়াই শিশুসকলক।  মৰিগাঁও
Read More...

এছিয়ান গেইমছৰ স্বৰ্ণ পদক বিজেতা বক্সাৰ ডিংকো সিঙৰ দেহাৱসান

এছিয়ান গেইমছৰ স্বৰ্ণ পদক বিজেতা বক্সাৰ ডিংকো সিঙৰ দেহাৱসান১৯৯৮ চনত বেংককত অনুষ্ঠিত সংস্কৰণত এছিয়ান গেইমছৰ স্বৰ্ণ বিজয়ী বেণ্টমৱেট বক্সাৰ নাংগোম ডিংকো সিঙৰ বৃহস্পতিবাৰে মৃত্যু হয়।ডিংকোৱে কেইবা বছৰ ধৰি স্বাস্থ্যজনিত সমস্যাৰ সৈতে যুঁজি
Read More...

মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ সৰ্বানন্দ সোণোৱালৰ বৰঙণি আঢ়ৈ লাখ টকা

মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ আঢ়ৈ লাখ টকাৰ বৰঙণি আগবঢ়ালে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। কোভিড-১৯ৰ বিৰুদ্ধে টীম অসমৰ যুঁজখনৰ অংশ হিচাপে টিকাকৰণ অভিযানক অধিক শক্তিশালী কৰি তুলিবলৈ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে
Read More...

টকিঅ’ অলিম্পিকলৈ যোগ্যতা অৰ্জন অসমৰ মহিলা বক্সাৰ লাভলিনা

অসমবাসীৰ বাবে গৌৰৱৰ বিষয়। চলিত বৰ্ষত অনুষ্ঠিত হ’বলগীয়া টকিঅ' অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰিছে অসমৰ মহিলা বক্সাৰ লাভলিনা বৰগোঁহাইয়ে। তাৰ লগে লগে অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰা প্ৰথম গৰাকী মহিলা বক্সাৰ হিচাপৰে ইতিহাস ৰচনা কৰিলে
Read More...

ভাতনাপাইতিত পঞ্চায়তী কামত ব্যাপক দুৰ্নীতি।

বৰপেটা জিলাৰ বাঘবৰ সমষ্টিৰ অন্তৰ্গত ৭০ নং ধৰ্মপুৰ ভাতনাপাইতি গাওঁ পঞ্চায়তত চতুৰ্দশ বিত্তীয় বৰ্ষৰ কামত পঞ্চায়তখনৰ সভাপতি বছিৰ উদ্দিনে ব্যাপক দুৰ্নীতি আৰু অনিয়ম সংঘটিত কৰাৰ অভিযোগ উত্থাপন কৰি ৰাইজে সভাপতি গৰাকীৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ
Read More...