Breaking

Browsing Category

মুখ্য-পৃষ্ঠা

মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ সৰ্বানন্দ সোণোৱালৰ বৰঙণি আঢ়ৈ লাখ টকা

মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ আঢ়ৈ লাখ টকাৰ বৰঙণি আগবঢ়ালে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। কোভিড-১৯ৰ বিৰুদ্ধে টীম অসমৰ যুঁজখনৰ অংশ হিচাপে টিকাকৰণ অভিযানক অধিক শক্তিশালী কৰি তুলিবলৈ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে
Read More...

টকিঅ’ অলিম্পিকলৈ যোগ্যতা অৰ্জন অসমৰ মহিলা বক্সাৰ লাভলিনা

অসমবাসীৰ বাবে গৌৰৱৰ বিষয়। চলিত বৰ্ষত অনুষ্ঠিত হ’বলগীয়া টকিঅ' অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰিছে অসমৰ মহিলা বক্সাৰ লাভলিনা বৰগোঁহাইয়ে। তাৰ লগে লগে অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰা প্ৰথম গৰাকী মহিলা বক্সাৰ হিচাপৰে ইতিহাস ৰচনা কৰিলে
Read More...

ভাতনাপাইতিত পঞ্চায়তী কামত ব্যাপক দুৰ্নীতি।

বৰপেটা জিলাৰ বাঘবৰ সমষ্টিৰ অন্তৰ্গত ৭০ নং ধৰ্মপুৰ ভাতনাপাইতি গাওঁ পঞ্চায়তত চতুৰ্দশ বিত্তীয় বৰ্ষৰ কামত পঞ্চায়তখনৰ সভাপতি বছিৰ উদ্দিনে ব্যাপক দুৰ্নীতি আৰু অনিয়ম সংঘটিত কৰাৰ অভিযোগ উত্থাপন কৰি ৰাইজে সভাপতি গৰাকীৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ
Read More...

উচ্ছেদৰ বিৰোধীতাৰে মুকালমুৱাত চিপিআইএমৰ প্ৰতিবাদ

ৰাজ্যত চলি থকা উচ্ছেদ অভিযানৰ বিৰোধীতাৰেচি.পি.আই(এম) য়ে আজি ৰাজ্যজুৰি প্ৰতিবাদ সাৱ্যস্ত কৰে ৷ ইয়াৰে অংশ হিচাপে নলবাৰীৰ মুকালমুৱাতো চি.পি.আই(এম) পশ্চিম নলবাৰী আঞ্চলিক সমিতিয়ে মুকালমুৱাৰ মাজমজিয়াত বিজেপি চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাৱ্যস্ত কৰে
Read More...

বৰছলাত বিধ্বস্ত বাট-পথ নিৰ্মাণৰ দাবীত সৰৱ কৃষক শ্ৰমিক নেতা প্ৰশান্ত বৈশ্য৷

ৰাজ্যৰ অন্যান্য প্ৰান্তৰ সমান্তৰালকৈ শোণিতপুৰ জিলাৰ বৰছলা বিধানসভা সমষ্টিৰ অধিকাংশ বাট-পথ যাতায়তৰ বাবে অনুপযোগী হৈ পৰিছে৷ এই ক্ষেত্ৰত ৰাজ্য চৰকাৰ তথা স্থানীয় জনপ্ৰতিনিধি সকলে দেখিও নেদেখাৰ দৰে থাকি  নিৰ্বিকাৰ ভূমিকা পালন কৰি আহিছে৷ফলত
Read More...

নগাঁৱৰ পৰা কেৰেলালৈ বাছৰ যাত্ৰা আৰম্ভ : কভিডৰ বাবে এমাহৰো অধিক কাল আবদ্ধ হৈ আছিল ষাঠি খনৰো অধিক বাছ

কভিডৰ দ্বিতীয় লহৰে সৃষ্টি কৰা পৰিস্থিতিৰ বাবে আবদ্ধ হৈ থকা কেৰেলাৰ বাছ সমূহক কালি সন্ধ্যাৰ পৰা কেৰেলা অভিমুখে পঠোৱাৰ ব্যবস্থা কৰিছে নগাঁও জিলা প্ৰসাশনে । উল্লেখ্য , বহি: ৰাজ্য কেৰেলাত কৰ্মৰত অসমৰ শ্ৰমিক সকলক অনা নিয়া কৰিবৰ
Read More...

প্ৰয়াত সমীৰণ বৰদলৈক পেৰালিম্পিক এছ’চিয়েছনৰ শ্ৰদ্ধাঞ্জলী জ্ঞাপন

পেৰালিম্পিক এছ’চিয়েছন অৱ আছামৰ সভাপতি সমীৰন বৰদলৈ যোৱা ৩০মে তাৰিখে মৃত্যু হয় ৷ প্ৰায়ত সভাপতি সমীৰন বৰদলৈৰ আদ্যশ্ৰাদ্ধ উপলক্ষে আজি মহানগৰীৰ পল্টনবজাৰ স্হিত গ্ৰীন এন ক্লেভত এক শ্ৰদ্ধান্জলি অনুষ্ঠানৰ আয়োজন কৰা হয় ৷ পেৰালিম্পিক এছ’চিয়েছনৰ
Read More...

প্ৰথম অনলাইন ৰাষ্ট্ৰীয় উশ্বু চেম্পিয়নশ্বিপত অসমৰ ৯ টা পদক অৰ্জন

প্ৰথম ৰাষ্ট্ৰীয় উশ্বু চেম্পিয়নশ্বিপত অসমে ৫টা সোণৰ পদক, ২টা ৰূপ ২ টা ব্ৰঞ্জসহ ৯ টা পদক লাভ কৰে।৩০ মে' ৰ পৰা ৪ জুনলৈ উশ্বু এছ'চিয়েশ্যন অফ ইণ্ডিয়াৰ অধীনত চণ্ডিগড় বিশ্ববিদ্যালয়ৰ সহযোগত উশ্বু এছ'চিয়েচন পাঞ্জাৱে
Read More...