মুখ্য-পৃষ্ঠা

Dark Circles: কি ভিটামিনৰ অভাৱত ডাৰ্ক চাৰ্কল হয়, চকুৰ তলৰ ক’লা দাগ আঁতৰাবলৈ কি খাব ?

মানসিক চাপ আৰু টোপনিৰ অভাৱত প্ৰায়ে চকুৰ তলত ক’লা দাগৰ সৃষ্টি হয়। কিন্তু কেতিয়াবা ডাৰ্ক চাৰ্কলৰ সমস্যা ভিটামিনৰ অভাৱৰ বাবেও হ’ব পাৰে। (Dark Circles)

Actor-director Manoj Kumar: বলীউডৰ প্ৰবীণ অভিনেতা মনোজ কুমাৰৰ দেহাৱসান

বলীউডৰ প্ৰবীণ অভিনেতা মনোজ কুমাৰৰ দেহাৱসান।(Actor-director Manoj Kumar)৮৭ বছৰ বয়সত বলীউডৰ প্ৰবীণ অভিনেতাগৰাকীৰ দেহাৱসান।(bollywood)

Mukanda Tamuli: কলিয়াবৰৰ বিহুৱা-পেঁপুৱা মুকুন্দ তামুলী, কেনে আছে এসময়ৰ অসমৰ বহু জনপ্ৰিয়-চৰ্চিত বিহুগীতৰ ৰচক

'ম'হৰ পিঠিত উঠি মাৰিলোঁ সুহুৰি, চিনিব নোৱাৰি তোকে ঐ মামনি', বিপুল চেতীয়া ফুকনৰ কণ্ঠত – 'চাঙৰ তলে চিকাৰ যায় নিগনিয়ে খেদি খায়' আদি একাধিক জনপ্ৰিয় বিহু গীতৰ গীতিকাৰ-সুৰকাৰ কলিয়াবৰৰ মুকুন্দ তামুলী।(Mukanda Tamuli)

To-Let: গোৱা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ প্ৰতিযোগিতালৈ হেমন্ত শৰ্মাৰ ছবি ‘টু-লেট্‌’

সংবাদজগতত এটি পৰিচিত নাম হেমন্ত শৰ্মাই নিৰ্মাণ কৰা চুটি ছবি ‘টু-লেট’লৈ সুখবৰ৷(To-Let) চলিত বৰ্ষৰ ‘গোৱা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ প্ৰতিযোগিতা’লৈ নিবাৰ্চিত হৈছে সাম্প্ৰতিক সময়ৰ এক ছিৰিয়াছ বিষয় লৈ নিৰ্মাণ কৰা ‘টু লেট্‌’ নামৰ ছুটি ছবিখনি৷

Mausum Sonowal: জাপি-শৰাই নিৰ্মাণেৰে ‘অফিচিয়েল ৱৰ্ল্ড ৰেকৰ্ডছ’ত স্থান লাভ ডিব্ৰুগড়ৰ মৌচুম সোণোৱালৰ

ইউৰোপীয়ান ইউনিয়নৰ দ্বাৰা অনুমোদিত বিখ্যাত সংগঠন ‘অফিচিয়েল ৱৰ্ল্ড ৰেকডৰ্ছ’ত স্থান লাভ কৰিবলৈ সক্ষম হৈছে ডিব্ৰুগড়ৰ সমীপৱৰ্তী জকাই অঞ্চলৰ কলিয়নী গাঁৱৰ চিত্ৰশিল্পী ড॰ মৌচুম সোণোৱালে৷(Mausum Sonowal)

Popular