Breaking

Browsing Category

মুখ্য-পৃষ্ঠা

নৱপ্ৰজন্মৰ কণ্ঠশিল্পী অসীম ৰঞ্জনৰ গীতৰ তালে তালে নাচিলে দক্ষিণ আফ্ৰিকাৰ দুই যুৱকে

সমগ্ৰ ৰাজ্য মহামাৰী ক'ৰণাৰ গ্ৰাসত পৰাৰ সময়ত সাধাৰণ জনতাৰ সমান্তৰালভাৱে শিল্পীসকলৰ জীৱনলৈ নামি আহিছে অন্ধকাৰ। তাৰ মাজতেই যুৱপ্ৰজন্মৰ সংগীত শিল্পী অসীম ৰঞ্জনৰ এটি গানে বেছ চৰ্চা লাভ কৰিছে। পাতি ৰাভাসকলৰ ভাষাত এগৰাকী যুৱতীৰ বৰ্ণনাৰে কবি
Read More...

দিল্লীলৈ ৰাওঁনা অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশ অনুযায়ী দিল্লীলৈ ৰাওঁনা হয় অসমৰ প্ৰাক্তন মুখ্য মন্ত্ৰী তথা বৰ্তমানৰ মাজুলীৰ বিধায়ক সৰ্বানন্দ সোণোৱাল। বৰঝাৰ বিমানবন্দৰৰ পৰা ১২:৩০ মিনিটত ‘ ভিষ্টাৰা ইউ কে-৭২১’ বিমানেৰে ৰাওঁনা প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকী। সূত্ৰ
Read More...

তামুলপুৰৰ কুমাৰীকাটাত বিদ্যুৎ বিভাগৰ আজব কাণ্ড। জধে-মধে গছগছনি কাটি জনবহুল এলেকাৰে উচ্চ ক্ষমতা…

যি সময়ত সমগ্ৰ পৃথিৱীৰ মানুহে পৃথিৱীখন সেউজীয়া কৰি পৰিৱেশৰ ভাৰসাম্য ৰক্ষা কৰি অক্সিজেনৰ নাটনি দূৰ কৰিবলৈ অহোপুৰুষাৰ্থ চেষ্টা অব্যাহত ৰাখিছে, যাদৱ পায়েঙৰ দৰে প্ৰকৃতি প্ৰেমীক বৃক্ষ ৰোপণৰ বাবে বিদেশে আমন্ত্ৰণ জনাইছে, তেনে সময়তে তামুলপুৰ
Read More...

ওদালগুৰি জিলা এৱছু’ৰ বিদ্যালয় চাফাইকৰণ আৰু চেনিটাইজেচন

নিখিল বড়ো ছাত্ৰ সন্থাৰ উদ্যোগত আজিৰে পৰা আৰম্ভ হৈছে বিদ্যালয় চাফাইকৰণ অভিযান।ওদালগুৰি জিলা বড়ো ছাত্ৰ সন্থাৰ উদ্যোগত টংলা আঞ্চলিকৰ সহযোগত জিলাখনৰ চমুৱাপৰা মধ্যইংৰাজী বিদ্যালয়,প্ৰাথমিক বিদ্যালয়ত উক্ত কাৰ্যসূচীৰ শুভাৰম্ভ কৰে জিলা সভাপতি লোহিত
Read More...

প্ৰাক্তন মন্ত্ৰীয়ে মূৰৰ পৰা হাত উঠোৱাৰ পিছত ঈশ্বৰকেই বিচাৰক পাতিলে অন্তহীন দুৰ্নীতিৰ অভিযোগত…

অন্তহীন দুৰ্নীতিৰ বোকাত বুৰ যোৱা অভিযুক্ত মনেশ্বৰ ডেকাই শৰণ ল'লে এইবাৰ ভগৱানৰ। দীৰ্ঘদিনীয়া অপেক্ষাৰ পিছত সংযোগ স্থাপন হোৱা আমাৰ এক আছুতীয়া সাক্ষাৎকাৰত তেওঁ এই কথা ব্যক্ত কৰে। তেওঁ কয় যে তেওঁৰ বিৰুদ্ধে উত্থাপন হোৱা অভিযোগ, অপবাদবোৰ মিছা
Read More...

গুৱাহাটীত আবকাৰী বিভাগৰ অভিযান,বুজন পৰিমাণৰ দেশী – বিদেশী সুৰা জব্দ

ক'ভিড কেন্দ্ৰীক ভয়াবহতা স্বত্তেও গুৱাহাটী মহানগৰীত একাংশ লোকে কৌশলৰে চলাই আছে দেশী - বিদেশী অবৈধ সুৰাৰ বেহা । এনে অবৈধ বেহা বন্ধ কৰিবলৈ   আবকাৰী বিভাগৰ  কামৰূপ মহানগৰ জিলাৰ আবকাৰী অধীক্ষক মানৱী দাস আৰু উপ আবকাৰী অধীক্ষক  ভূপেন্দ্ৰ নাথ
Read More...

কৃত্ৰিম বানৰ গ্ৰাহত ঐতিহাসিক নাজিৰা নগৰ

যোৱা নিশা মুষলধাৰ বৰষুণৰ ফলত কৃত্ৰিম বানৰ গ্ৰাহত পৰিল ঐতিহাসিক নাজিৰা নগৰ । ১৯০৯চনত স্থাপিত হোৱা এই নাজিৰা নগৰৰ নলা - নৰ্দমা সমূহৰ  পৰিস্কাৰকৰণ  , পকী নলা নিৰ্মাণ , পদ পথ নিৰ্মাণ আদি সুপৰিকল্পিত ভাৱে কামবোৰ কৰাৰ ক্ষেত্ৰত নিৰ্বাচিত
Read More...

গোসাইগাঁৱৰ তুলসীবিলত ধৰ্ষণৰ বলি হৈ আত্মহত্যা যুৱতীৰ

কোকৰাঝাৰ জিলাৰ গোসাইগাঁওৰ মহকুমাৰ তুলসীবিল আৰক্ষী চকীৰ অন্তৰ্গত কুমগুৰী গাঁৱৰ এগৰাকী যুৱতী ধৰ্ষণৰ বলি হৈ আত্মহত্যা কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি হৈছে ৷প্ৰাপ্ত বাতৰি মতে ,জামাল প্ৰধানীৰ ১৯ বছৰীয়া কন্যা  নূছতাৰা বেগমে  হাৰভাংগা  গাৱঁৰ  লতিফ
Read More...

কোচ ৰাজবংশী উন্নয়ন পৰিষদৰ শপত গ্ৰহণঃ পূৰ্বঘোষিত ১২৫ কোটি মোকলাই দিয়াৰ দাবী

 প্ৰণৱ নাৰায়ন দেৱ নেতৃত্বাধীন কুৰিজনীয়া কোচ ৰাজবংশী উন্নয়ন পৰিষদখনে আজি শপত গ্ৰহণ কৰি জনগোষ্ঠীটোৰ সামগ্ৰিক বিকাশৰ স্বাৰ্থত কাম কৰি যোৱাৰ বাবে অঙ্গীকাৰ কৰে৷ দিছপুৰৰ ভৈয়াম জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণী উন্নয়ন সঞ্চালকালয়ত আজি পৰিষদৰ
Read More...

পথাৰত এতিয়া কৃষি কৰ্মত ব্যস্ত কণ্ঠশিল্পী নীল আকাশৰ পত্নী নেনচি ফুকন

জনপ্ৰিয় কণ্ঠশিল্পী নীল আকাশৰ পত্নী এতিয়া কৃষি কৰ্মত ব্যস্ত। পথাৰৰ বোকা খচকি গুটি সিঁচিছে নেনচি ফুকনে। ছচিয়েল মিডিয়াতো শ্বেয়াৰ কৰিছে ফটো।কোৰোণা ভাইৰাছৰ আতংকৰ বাবে এতিয়া সকলো ঘৰতে আবদ্ধ। তাৰ মাজতে জনপ্ৰিয় কণ্ঠশিল্পীগৰাকীৰ পত্নীয়ে
Read More...