মুখ্য-পৃষ্ঠা

সুৰা পান কৰি বিহু চাবলৈ যোৱা সুৰাপায়ী সকল সাৱধান ! কঠোৰ হৈছে বিহু সমিতি, বিহু সুৰক্ষা সমিতি । BIHU

২৫ মাৰ্চ :Bihu । সুৰা পান কৰি বিহু চাবলৈ যোৱা সুৰাপায়ী সকল সাৱধান। কঠোৰ হৈছে তেজপুৰৰ একাংশ বিহু সমিতি, বিহু সুৰক্ষা সমিতি । সাৱধান সুৰাপায়ী। মদ খাই বিহু চাবলৈ নাযাব। মদ খাই বিহু ফিল্ডত উদ্ভণ্ডালি কৰিলে ধৰি বান্ধি আৰক্ষীক গতাই দিয়া হ’ব। গ্ধবিহু ফিল্ডত মদ খাই অসভ্যালি নৃত্য কৰিলেও ৰঙা ঘৰৰ আলহী হ’ব পাৰে। তেজপুৰ একাংশ বিহু সমিতি, বিহু সুৰক্ষা সমিতি,অসম। ধৰি বান্ধি আৰক্ষীক গতাই দিম মধ্য তেজপুৰ বিহু সন্মিলনীৰ সিদ্ধান্ত এয়া।ৰমেন পাটোৱাৰী, সম্পাদক মধ্য তেজপুৰ বিহু সন্মিলনী।

ডিমৌত একেলগে বিয়ানাম গাব ১২ হেজাৰ মহিলাই,লক্ষ্য অসম বুক অৱ ৰেকৰ্ড। Assam Book of Records

ডিমৌত একেলগে বিয়ানাম গাব ১২ হেজাৰ মহিলাই,লক্ষ্য অসম বুক অৱ ৰেকৰ্ড। Assam Book of Records

অসম বিধানসভাত ‘অসম কোচিং ইনষ্টিটিউটছ (নিয়ন্ত্ৰণ আৰু অধিনিয়ম) বিধেয়ক, ২০২৫’ গৃহীত । Assam Legislative Assembly

এপেক্স বেংকৰ কেলেংকাৰীৰ প্ৰশ্ন কৰি বিপদত সাংবাদিক পাণবজাৰ আৰক্ষীয়ে আটক কৰিলে সাংবাদিক দিলোৱাৰ হুছেইন মজুমদাৰক এপেক্স বেংকৰ পৰিচালন সঞ্চালক ডম্বৰু শইকীয়াক প্রশ্ন কৰাৰ বাবেই তেওঁক আটক কৰাৰ অভিযোগ

GITAG of Gamocha:জিআইটেগ লাভতে সীমাবদ্ধ নহয় তেওঁলোক, বহিঃৰাজ্যৰ গামোচাক প্ৰত্যাহ্বান জনাবলৈ সাজু শিপিনী গাঁও

দৈনন্দিন বাৰ্তা, ২৫ মাৰ্চ: অসমৰ স্বাভিমান গামোচা।(GITAG of Gamocha) অসমীয়াৰ অতি আদৰৰ-সন্মানৰ গামোচাখনেৰে হেঁপাহৰ ৰঙালী বিহুটিক আদৰিবলৈ দুগুণ ব্যস্ত হৈ পৰিছে শিপিনীসকল(artisan village)৷

Artificial Floods:অতিশীঘ্ৰে উত্তৰ গুৱাহাটীক কৃত্ৰিম বান মুক্ত কৰা হ’ব : হেমন্ত চৌধুৰী

দৈনন্দিন বাৰ্তাৰ সেৱা, ২৫ মাৰ্চ: উত্তৰ গুৱাহাটীত(Artificial Floods) ১৯৭০ চনতে স্হাপিত হোৱা(North Guwahati) উত্তৰ গুৱাহাটী খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটো জৰাজীৰ্ণ অৱস্হাত পৰিণত হৈছিল।

Popular