মুখ্য-পৃষ্ঠা

Artificial Floods:অতিশীঘ্ৰে উত্তৰ গুৱাহাটীক কৃত্ৰিম বান মুক্ত কৰা হ’ব : হেমন্ত চৌধুৰী

দৈনন্দিন বাৰ্তাৰ সেৱা, ২৫ মাৰ্চ: উত্তৰ গুৱাহাটীত(Artificial Floods) ১৯৭০ চনতে স্হাপিত হোৱা(North Guwahati) উত্তৰ গুৱাহাটী খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটো জৰাজীৰ্ণ অৱস্হাত পৰিণত হৈছিল।

NL College Book Fair:সামৰণি পৰিল সপ্তম নৰ্থ লখিমপুৰ কলেজ গ্ৰন্থমেলা

লখিমপুৰ, ২৫ মাৰ্চঃ 'এটা গল্পৰ মাজত বাৰ্তা থাকিব লাগিব, বক্তব্য থাকিব লাগিব, যাতে সেই গল্পই পাঠকক চুই যাব পাৰে।'- সপ্তম নৰ্থ লখিমপুৰ কলেজ গ্ৰন্থমেলাৰ(NL College Book Fair) সৈতে সংগতি ৰাখি আয়োজিত সৃষ্টিশীল সাহিত্যৰ কৰ্মশালাৰ দ্বিতীয় দিনত জয়ন্ত মাধৱ বৰাই এই বুলি মতপোষণ কৰে।

Fata Bihu:৯ মে’ৰ পৰা ঢকুৱাখনাৰ ম’হঘুলি চাপৰিত ঐতিহ্যমণ্ডিত ফাটবিহু

ঢকুৱাখনাবাসীৰ স্বাভিমানৰ প্ৰতীক, একক জাতীয় লোক কৃষ্টিৰ উৎসৱ ফাট বিহু-২০২৫(Fata Bihu) বৰ্ষত উদযাপনৰ পথ প্ৰশস্ত হ'ল

Sonu Sood Wife: পথ দুৰ্ঘটনাত পতিত চনু ছুদৰ পত্নী সোণালী ছুদ

চনু ছুদৰ পত্নী সোণালী ছুদৰ এক পথ দুৰ্ঘটনা পতিত, মুম্বাই-নাগপুৰ ঘাইপথত সংঘটিত দুৰ্ঘটনাত চনু ছুদ। খবৰ অনুসৰি অভিনেতাগৰাকীৰ ঘনিষ্ঠ লোকে কয় যে বৰ্তমান তেওঁৰ কোনো চিন্তাৰ বিষয় নাই।(Sonu Sood Wife)

Superfoods: চাৰিবিধ খাদ্যই শিশুৰ মানসিক বিকাশত সহায় কৰে, চাৰিবিধ খাদ্য কি কি ?

যদি আপুনি আপোনাৰ সন্তানৰ খাদ্যাভ্যাসৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিব নোৱাৰে তেন্তে তেওঁলোকে কিবা ভুল খাদ্য খাব আৰু তাৰ পিছত তেওঁলোকৰ শাৰীৰিক আৰু মানসিক বিকাশত সমস্যাৰ সৃষ্টি কৰিব, গতিকে সঠিক খাদ্য বাছি লওক।(Superfoods)

Popular