মুখ্য-পৃষ্ঠা

মুকলি আকাশৰ ত’ললৈ আহিল CJPৰ দুই নেতা

যন্তৰ-মন্তৰত পতাকা উৰুৱাই গ্ৰেপ্তাৰ হৈছিল দুই CJPৰ দুই নেতা সৌৰভ দাস আৰু আশুতোষ ৰাংকা।অৱশেষত জে'লৰ পৰা ওলাল CJPৰ দুই নেতা সৌৰভ দাস আৰু আশুতোষ ৰাংকা।

প্ৰথম বাহিনী সশস্ত্ৰ সীমা বল, সোণাপুৰত আৰক্ষী স্মৃতি দিৱস পালন

সোণাপুৰৰ কমাণ্ডেণ্ট শ্ৰী সুনীল কৌশিকৰ মাৰ্গদৰ্শনত আজি বাহিনী মুখ্য কাৰ্যালয় আৰু সকলো সমৱায়ত শ্ৰদ্ধা আৰু সন্মানেৰে আৰক্ষী স্মৃতি দিৱস পালন কৰা হয়।

বিজয়া দশমীৰ দিনটোত নাজিৰাৰ বশিষ্ঠ গংগা খ্যাত দিখৌ জলধাৰাত অশ্ৰুসিক্ত নয়নেৰে বিদায় মহিষমৰ্দিনী দেৱী দুৰ্গা

বিজয়া দশমীৰ দিনটোত নাজিৰাৰ বশিষ্ঠ গংগা খ্যাত দিখৌ জলধাৰাত অশ্ৰুসিক্ত নয়নেৰে বিদায় মহিষমৰ্দিনী দেৱী দুৰ্গা

বাঘেশ্বৰী দেওবাঁহৰগুৰি দেৱালয়, আদাবাৰী – ঐতিহ্য, পৰম্পৰা আৰু প্ৰবাদ

নলবাৰী জিলাৰ মুকালমুৱাৰ সমীপৱৰ্তী আদাবাৰীস্থিত বাঘেশ্বৰী দেওবাঁহৰগুৰি দেৱালয়খন হৈছে নলবাৰী জিলাখনৰ এখন অন্যতম ঐতিহাসিক প্ৰাচীন শক্তিপীঠ।

আজি বিজয়া দশমীঃ উত্তৰ গুৱাহাটীৰ মধ্যমখণ্ড সাৰ্বজনীন দুৰ্গা পূজা সমিতিয়ে দাহণ কৰিব দৈত্যাকায় ৰাৱনৰ প্ৰতিমূৰ্তি

আজি বিজয়া দশমীঃ উত্তৰ গুৱাহাটীৰ মধ্যমখণ্ড সাৰ্বজনীন দুৰ্গা পূজা সমিতিয়ে দাহণ কৰিব দৈত্যাকায় ৰাৱনৰ প্ৰতিমূৰ্তি

Popular