মুখ্য-পৃষ্ঠা

Vastu Tips: কাৰ্যালয়ত আপুনি কোন দিশত বহিব? সঠিক দিশ কোনটো জানি লওক…

যদি আপুনিও জীৱনত সফলতা লাভ কৰিব বিচাৰে,(Vastu Tips)তেন্তে আপোনাৰ বহা ঠাইখন পৰীক্ষা কৰক। প্ৰতিটো কৰ্মক্ষেত্ৰতে বহিবলৈ এটা বিশেষ দিশ থাকে আৰু সেই ঠাইত বহি কাম কৰিলে কেৰিয়াৰ দ্ৰুতগতিত আগবাঢ়ি যায়।

আজি ঘোষণা হ’ব Tet Cum Recruitment Testৰ চূড়ান্ত ফলাফল

টেট পৰীক্ষাৰ ফলাফলক লৈ ডাঙৰ ঘোষণা ৰাজ্য চৰকাৰৰ।(Tet Cum Recruitment Test)আজি ঘোষণা হ’ব TET-cum-Recruitment পৰীক্ষাৰ ফলাফল।আজি ঘোষণা হ'ব Tet Cum Recruitment Testৰ চূড়ান্ত ফলাফল।

Bihunam Binandia: গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচন আৰু সম্বৰ্ধনা অনুষ্ঠান

গুৱাহাটী প্ৰেছ ক্লাৱত দেওবাৰে অনুষ্ঠিত এখন গাম্ভীৰ্যপূৰ্ণ (Bihunam Binandia) সভাত প্রিয়নাৰী ড° মন্দিৰা বৰুৱাৰ 'বিহুনাম বিনন্দীয়া' আৰু 'বিয়ানাম অমিয়া' নামৰ দুখনি গ্রন্থ উন্মোচন কৰা হয়।

Indus water treaty: পাকিস্তানক পুনৰ সকীয়ালে অমিত শ্বাহে, পাকিস্তান নিৰ্জলা হৈ গ’লেও সিন্ধু জল চুক্তি কাৰ্যকৰী কৰা নহয়

কাৰ্যকৰী নহ’ব সিন্ধু জল চুক্তি৷ কাৰণ(Indus water treaty) চুবুৰীয়া দেশখনে সন্ধিৰ চৰ্ত উলংঘা কৰিছে৷ এইবাৰ শুকাই মৰি যাওক৷

Political News: বিষ্ণুপুৰ মণ্ডলৰ কাৰ্যনিৰ্বাহক সভাৰ সামৰণি

আজি ছাত্ৰী(Political News)বাৰী কে চি ৰোডত অৱস্থিত পৰশুৰাম সেৱা সদনত ৰাতিপুৱা পতাকা উত্তোলন কৰি কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয় ৷

Popular